• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰবাসী অসমীয়া তথা লুইতৰ পৰা টেমচলৈ দ্বিভাষিক আলোচনীৰ মুখ্য সম্পাদক ডাঃ কৰুণা সাগৰ দাস আৰু নাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 6, 2021 4:09 pm

1 min read

akkar
150
VIEWS
Share on FacebookShare on Twitter

সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিও অসমীয়া ভাষা-সাহিত্যৰ সেৱাত নিৰলস ভাবে লাগি থকা ব্যক্তি ডাঃকৰুণা সাগৰ দাস আৰু নাই।

আজি পুৱা ৫-৩০ মিনিটত তেখেতে লণ্ডনৰ শ্লাওত ইহলীলা সম্বৰণ কৰে ।এক দীঘলীয়া সময় ধৰি তেখেতে অসম আৰু অসমীয়াৰ সৰ্বোতোপ্ৰকাৰে হিত সাধনৰ বাবে নিৰৱছিন্নভাবে কাম কৰি গৈছিল।

হাজোৰ কুলহাটীত জন্মগ্ৰহণ কৰি কৃতী চিকিৎসক হিচাপে ৰেডক্ৰছ ছ’চাইটিত কৰ্মজীৱন আৰম্ভ কৰি ইংলেণ্ডলৈ গৈ বৃটিছ নাগৰিকত্ব গ্ৰহণ কৰে ।

প্ৰবাসত থাকিও অসম আৰু অসমীয়াৰ হকে সদায় চিন্তা কৰি থকা মানুহজনেই  আছিল ডাঃকৰুণা সাগৰ দাস ।সুদীৰ্ঘ বাইশ বছৰ ধৰি নিজৰ গাঁঠিৰ ধন খৰচ কৰি তেখেতৰ মুখ্য সম্পাদনাতে প্ৰকাশ পাই আহিছিল “লুইতৰ পৰা টেমচলৈ – Luit to Thames “নামৰ আলোচনীখন।

ডাঃভূপেন হাজৰিকাই তেখেতৰ বদান্যতাত সন্তুষ্ট হৈ সাগৰ উপাধিৰে বিভূষিত কৰিছিল।

অসমৰ বহু শিল্পী- সাহিত্যিকক তেখেতে লণ্ডনলৈ লৈ গৈ এক যোগসুত্ৰ স্থাপন কৰি অসমৰ উন্নতিৰ বাবে এক পথৰ সন্ধান কৰিছিল।

লণ্ডনত তেখেতে স্থাপন কৰিছিল গুৰুজনাৰ মনিকুট ।জন্ম দিছিল শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক সাংস্কৃতিক কেন্দ্ৰ।

এগৰাকী সঁচা অসমপ্ৰেমীৰ দেহাৱসানত মুক হৈ পৰিছে তেওঁৰ গুণমুগ্ধসকল।।

দুগৰাকী দুহিতা প্ৰণামী ,পাপৰিক লৈ  পত্নী অৰুন্ধতি দাসে অকলে লণ্ডনৰ শ্লাওত এই কঠিন সময়খিনি কেনেদৰে মোকাবিলা কৰিব সেই লৈও বহু চিন্তিত হৈছে তেওঁৰ শুভাকাংক্ষীসকল।

Recent News

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd