• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসা বিভ্ৰাট! জিভাৰ সলনি পুৰুষাংগৰ অস্ত্ৰোপচাৰ; বাতিল চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 27, 2023 10:55 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিভাৰ অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়লৈ গৈছিল। ভুলতে ডাক্তৰে ব্যক্তিগত অংগৰ অস্ত্ৰোপচাৰ কৰি দিলে। ডেৰ-দুবছৰীয়া ল’ৰা এটাৰ লিংগৰ আৱৰণ কাটি অস্ত্ৰোপচাৰ কৰা হ’ল। উত্তৰ প্ৰদেশৰ বেৰেলীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। এই ঘটনাৰ বাবে ৰাজ্য চৰকাৰে চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।

উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ অনুমতি প্ৰদান কৰিছে। অভিযুক্ত চিকিৎসকজনক নিলম্বন কৰা হৈছে। উপ-মুখ্যমন্ত্ৰীয়ে মুখ্য চিকিৎসা বিষয়াক নিৰ্দেশ দিছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত গাফিলতিৰ অভিযোগ প্ৰমাণিত হ’লে তেওঁৰ নামত থানাত এফআইআৰ দাখিল কৰিব লাগে।

লগতে পঢ়ক: বিশ্বৰ আটাইতকৈ বয়স্ক নোবেল বঁটা বিজয়ী জন গুডেনাফৰ ১০০ বছৰ বয়সত দেহাৱসান

Apply Now

প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এজন ডেৰ-দুবছৰীয়া ল’ৰাক উত্তৰ প্ৰদেশৰ বেৰেলীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় পৰিয়ালে খনাৰ (কথা লাগি ধৰা)  চিকিৎসাৰ বাবে। ডাক্তৰে শিশুটিৰ খনা অৱস্থা ভাল কৰিবলৈ জিভাৰ অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিলে।

সেই অনুসৰি যোৱা ২৩ জুনত শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। অপাৰেচন থিয়েটাৰলৈ নিয়াৰ পিছত চিকিৎসকে ভুলতে শিশুটিৰ জিভাৰ অস্ত্ৰোপচাৰৰ পৰিৱৰ্তে লিংগৰ ছাল কাটি পেলোৱা বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পিছতে শিশুটিৰ পৰিয়ালে চিকিৎসকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। চিকিৎসালয়ৰ বাহিৰত বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰা সাংবাদিকক হাৰাশাস্তিৰ ঘটনাক গৰিহণা হোৱাইট হাউছৰ

চিকিৎসালয়ৰ চিকিৎসকৰ এই ভয়াবহ ভুলৰ খবৰ পাই পিছদিনা অৰ্থাৎ ২৪ জুন, শনিবাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজ্য প্ৰশাসনে। চিকিৎসকৰ গাফিলতি আছে নে নাই সেইটো  অনুসন্ধান কৰিবলৈ মুখ্য চিকিৎসা বিষয়া (চিএমঅ’) ডাঃ বলবীৰ সিঙক নিৰ্দেশ দিয়ে উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে।

जनपद बरेली के एम०खान० अस्पताल में बच्चे की जीभ के ऑपरेशन की जगह खतना किये जाने संबंधी प्रकरण को गंभीरता से संज्ञान लेते हुए मेरे द्वारा ACMO के साथ स्वास्थ्य विभाग की एक टीम भेज कर संवंधित प्रकरण की जाँच कराने एवं शिकायत सही पाये जाने पर अस्पताल प्रबंधन एवं दोषी चिकित्सक के…

— Brajesh Pathak (@brajeshpathakup) June 24, 2023

তেওঁৰ নিৰ্দেশত চিএমঅ’ ডাঃ বলবীৰ সিঙৰ নেতৃত্বত এখন পেনেলো গঠন কৰা হয়। তাৰ পিছত উক্ত পেনেলৰ সদস্যসকলে চিকিৎসালয়লৈ গৈ অভিযুক্ত চিকিৎসককে ধৰি কৰ্মচাৰীৰ বক্তব্য গ্ৰহণ কৰে। সেই বক্তব্যৰ ভিত্তিত উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে অভিযুক্ত চিকিৎসকজনক নিলম্বন কৰে। ইয়াৰ উপৰিও চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হয়।

লগতে পঢ়ক: নকল উপায়ুক্ত! তেজপুৰত আটক হোৱা মহাপ্ৰৱঞ্চক অংকুৰ শইকীয়াই কি কৰিব বিচাৰিছিল?

শিশুটিৰ লগতে তেওঁৰ পৰিয়াল আৰু চিকিৎসালয়ৰ কৰ্মচাৰীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd