• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

তিনি ঘণ্টীয়া অস্ত্ৰোপচাৰ কৰি ধাতুৰ বস্তুবোৰ আঁতৰাই পেলোৱা হয়। তাৰ ভিতৰত আছিল প্ৰায় ১০ চেণ্টিমিটাৰ দীঘল এটা গজাল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2026 12:27 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ ইউনান প্ৰদেশৰ চিকিৎসকে এজন লোকৰ পেটৰ পৰা ১৮০টা লোহাৰ গজালকে ধৰি বিভিন্ন ধাতুৰ বস্তু উলিয়াইছে। এই বস্তুবোৰৰ ভিতৰত আছিল মুদ্ৰা, স্ক্ৰু, নাট, চুম্বক আদি। মুঠতে আঁতৰোৱা ধাতুৰ বস্তুবোৰৰ ওজন এক কিলোগ্ৰামতকৈও অধিক আছিল।

ইউনান ডেইলীত প্ৰকাশিত এক বাতৰি অনুসৰি, লোকজনে বাৰে বাৰে বমি আৰু পেটৰ বিষৰ বাবে ইউনান প্ৰদেশৰ থাৰ্ড পিপলছ হস্পিতালত চিকিৎসাৰ বাবে ভৰ্তি হৈছিল। পৰীক্ষাত তেওঁৰ পেটৰ ভিতৰত এটা বৃহৎ ধাতুৰ বস্তুৰ লাড়ু ধৰা পৰে। বস্তুবোৰ ইটোৱে সিটোৰ লগত লিপিট খাই পৰি পেটটো ফুলি তললৈ নামি গৈছিল।

Apply Now

শুকুৰবাৰে তিনি ঘণ্টীয়া অস্ত্ৰোপচাৰ কৰি ধাতুৰ বস্তুবোৰ আঁতৰাই পেলোৱা হয়। তাৰ ভিতৰত আছিল প্ৰায় ১০ চেণ্টিমিটাৰ দীঘল এটা গজাল।

চিকিৎসালয়খনৰ হেপাটোবিলিয়াৰী আৰু পেনক্ৰিয়াটিক চাৰ্জাৰী বিভাগৰ মুখ্য চিকিৎসক লি ৱেইয়ে জনোৱা মতে, লোকজনৰ পাকস্থলীত আলচাৰ আৰু ঘাঁ সৃষ্টি হৈছে। সৌভাগ্যক্ৰমে গজালবোৰ পাকস্থলীৰ বেৰ ভেদ কৰি অন্ত্ৰত প্ৰৱেশ কৰা নাছিল। চিকিৎসকৰ মতে চুম্বকৰ বাবে গজালবোৰ পৰস্পৰে বান্ধ খাই পৰি এটা ডাঙৰ লাড়ু হৈ পৰে।

অস্ত্ৰোপচাৰৰ পিছত লোকজনৰ শাৰীৰিক অৱস্থা সুস্থিৰ আৰু তেওঁ সুস্থ হৈ উঠিছে।

ইয়াৰ পূৰ্বে চিকিৎসালয়খনৰ চিকিৎসকে গজাল, তাঁৰ আৰু লাইটাৰ গিলি পেলোৱা ৰোগীৰ চিকিৎসা কৰিছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে ১৮০টা গজাল একেলগে গিলি পেলোৱা দেখা গৈছে।

ব্যক্তিজনৰ মানসিক ৰোগৰ দীৰ্ঘদিনীয়া ইতিহাস আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। অৱশ্যে ইমান গজাল কিয় গিলিলে কোনেও নাজানে।

ডাক্তৰ লি ৱেইয়ে সকীয়াই দিছে যে গিলিলে সৰু বস্তু এটাও নিজে নিজে শৰীৰৰ পৰা ওলাই যাব বুলি ধৰি লোৱাটো সঠিক নহয়। বিশেষকৈ ধাতু বা চোকা বস্তু পাচনতন্ত্ৰৰ সংকীৰ্ণ অংশত আবদ্ধ হৈ আঘাত বা ছিদ্ৰৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত পেৰিট’নাইটিছকে ধৰি মাৰাত্মক জটিলতা আহিব পাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd