• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আশ্চৰ্যকৰ! কিশোৰীৰ পেটৰ পৰা বাহিৰ কৰা হ’ল ৪৮ ছেন্টিমিটাৰ দীঘল চুলি!

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2021 12:30 pm
WhatsApp Image 2021-02-21 at 12.02.31 PM

প্ৰতিনিধিত্বমূলক ফটো।

439
VIEWS
Share on FacebookShare on Twitter

শুনি আচৰিত যেন লাগিলেও এয়া বাস্তৱতে সংঘটিত হৈছে। কিশোৰীৰ সৈতে সংঘটিত হোৱা এই কাণ্ডৰ বাতৰি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।

আশ্চৰ্যজনকভাৱে, কিশোৰীগৰাকীয়ে গিলি পেলোৱা সেই চুলিডাল তাইৰ পেটৰ ভিতৰত ঘুৰণীয়া হৈ ৪৮ ছেন্টিমিটাৰ দীঘল আকৃতি লৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাত্ৰ ১৭ বছৰীয়া কিশোৰীগৰাকীৰ সেই চুলিৰ থোপাই পাকস্থলীৰ পৰ্দা ছিঙি পেলাইছে।

কিশোৰীগৰাকীৰ চুলিডালে সমস্ত পাকস্থলীতে আৱৰি আছিল। তাই ৰাপুনজেল ছিনড্ৰমৰ বলি হৈছিল। চুলি গিলাৰ ফলতেই মানুহৰ মাজত এই বিৰল ৰোগটো হয়। দুবাৰকৈ তাই জ্ঞান হেৰুৱাই পেলাইছিল। তাৰপাছতে তাইক হাস্পাতললৈ লৈ যোৱা হয়।

চিকিৎসকে তাইৰ পেটটোৰ ওপৰৰ অংশ ফুলি থকা দেখে। কিশোৰীগৰাকীয়ে যোৱা পাঁচমাহত কেইবাবাৰো পেটৰ বিষ অনুভৱ কৰিছিল।

বিগত দুমাহত তাই অধিক পেটৰ বিষত ভূগিছিল। চিটি স্কেনত ধৰা পৰিছিল যে তাইৰ পাকস্থলীত লাগি থকা পৰ্দাৰ আৱৰণ ফালি গৈছে আৰু ডাঙৰ কিবা বস্তু পাকস্থলীত আৱদ্ধ হৈ আছে।

কিশোৰীগৰাকীয়ে অভ্যালবশত: নিজেই নিজৰ চুলি টানি ছিঙি গিলি পেলাইছিল। এই ৰোগটোৰ নাম হৈছে ট্ৰাইকোটিলোমেনিয়া। চুলিডাল ইমান দীঘল আছিল যে সেইডালে তাইৰ পাকস্থলীৰ আকৃতি লৈছিল।

কিশোৰীগৰাকীক সাত দিনৰ পাছত হাস্পাতলৰ পৰা যাৱলৈ দিয়া হয়। কিন্তু বিষয়টোৱে বহুতৰ বাবে চিন্তাৰ উদ্ৰেক কৰিছে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd