• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মহিলা বিশেষ : যৌনাংগৰ পৰা দুৰ্গন্ধ ওলায় নেকি ? যদি ওলায় তেন্তে এই লেখাটো পঢ়ি লওঁক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2023 4:20 pm
private part smell
71
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌনাংগৰ যত্ন লোৱাটো শৰীৰৰ বাকী অংশৰ যত্ন লোৱাৰ দৰেই গুৰুত্বপূৰ্ণ। জনন অংগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাইও আমাক বিভিন্ন গুৰুতৰ ৰোগৰ পৰা আঁতৰাই ৰাখে। প্ৰায়ে আমি যৌনাংগৰ প্ৰতি বিশেষ গুৰুত্ব নিদিওঁ কাৰণ ইয়াক সদায় ঢাকি ৰখা হয়। এইদৰে দিনৰ পিছত দিন অৱহেলা কৰিলে যৌনাংগৰ অংশত বেয়া গোন্ধ, সংক্ৰমণ, খজুৱতি আৰু বিষ হয়।

আজিৰ আধুনিক জীৱনশৈলীত এতিয়াও বহু মহিলাই যৌনাংগ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথা মুকলিকৈ ক’বলৈ কুণ্ঠাবোধ কৰে। কোনো সমস্যা হ’লেও তেওঁলোকে নিজেই বুজিব নোৱাৰে যে কি কৰিব লাগে। সৰু সৰু সমস্যাবোৰক অৱহেলা কৰাৰ ফলতেই আমাৰ শৰীৰত জটিল সমস্যাৰ সৃষ্টি হয়।

Apply Now

যোনিৰ পৰা ওলোৱা অপ্ৰীতিকৰ দুৰ্গন্ধ বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগৰ লক্ষণ হ’ব পাৰে। যোনিত বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি আৰু পি এইচৰ ভাৰসাম্যহীনতাৰ বাবে এই সমস্যাৰ সৃষ্টি হয়।

আৰু যদিহে যোনিৰ পৰা দুৰ্গন্ধযুক্ত সেউজীয়া স্ৰাৱ ওলায়, তেন্তে ই STI (Sexually transmitted infections)ৰ লক্ষণ হ’ব পাৰে। যোনিদ্বাৰৰ পৰা ওলোৱা হালধীয়া ৰঙৰ স্ৰাৱ ঈষ্ট বা ভেঁকুৰৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। এই সকলোবোৰ সমস্যাৰ সৃষ্টি হ’লে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে।

অতি টান আণ্ডাৰৱেৰ পিন্ধা বা অস্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলত এনে ৰোগৰ সৃষ্টি হ’ব পাৰে। পৰ্যাপ্ত পৰিমাণৰ পানী আৰু স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা উপশম পাব পাৰি। এই ক্ষেত্ৰত উচ্চ চেনিযুক্ত খাদ্য আৰু সুৰা সীমিত পৰিমাণত খোৱাটো ভাল।

তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰা – এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়। লগতে ঢিলা কপাহী আণ্ডাৰৱেৰ ব্যৱহাৰ কৰিলেও এই ধৰণৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা কমি যায়।

মাহেকীয়া নোহোৱাকৈ ৰক্তক্ষৰণ হোৱা বা দাগ পৰা হৰম’নৰ ভাৰসাম্যহীনতাৰ লক্ষণ হ’ব পাৰে। সংগমৰ পিছত ৰক্তক্ষৰণ হোৱাটো ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ হ’ব পাৰে। অৱশ্যে ৰক্তক্ষৰণ কেন্সাৰৰ লক্ষণ নহয়। সঠিক নিদানৰ বাবে নিশ্চয়কৈ স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ যোৱা উচিত।

খজুৱতি, ৰঙা পৰা, যোনিৰ চাৰিওফালে আৰু ভিতৰত খজুৱতি, জ্বলা-পোৰা আৰু ৰঙা পৰা আদি লক্ষণবোৰ যৌনাংগ শুকান হোৱাৰ বাবে দেখা দিব পাৰে। যৌনাংগৰ বিষ আৰু জ্বলা-পোৰা, প্ৰস্ৰাৱৰ সময়ত বিষ হোৱাটো প্ৰস্ৰাৱৰ সংক্ৰমণৰো লক্ষণ হ’ব পাৰে। গতিকে এনে হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

(স্পষ্টীকৰণ : এই লেখাটো সাধাৰণ তথ্যৰ ভিত্তিত লিখা হৈছে। নৰ্থ ইষ্ট নাও – এ এই লেখাটো কাকো বিশ্বাস কৰিবলৈ বাধ্য কৰোঁৰা নাই। কোনো ব্যৱস্থা লোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd