• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাস্কক ধন্যবাদ! একাউণ্ট পুনৰুদ্ধাৰ হ’লেও টুইটাৰলৈ উভতি নাহে ডোনাল্ড ট্ৰাম্প

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2022 1:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ টুইটাৰ একাউণ্ট পুনৰুদ্ধাৰ কৰা হৈছে। শনিবাৰে, টুইটাৰৰ নতুন গৰাকী বিলিয়নেয়াৰ এলন মাস্কে এই বিষয়টোৰ ওপৰত এটা জৰীপ চলাইছিল। বেছিভাগ ভোটাৰে ট্ৰাম্পৰ টুইটাৰ পুনৰ বাহাল ৰখাৰ সপক্ষে ভোট দিছিল। অৱশ্যে ভোটৰ ব্যৱধান যথেষ্ট কম আছিল।

জৰীপত দৈনিক ২৩৭ নিযুত টুইটাৰ ব্যৱহাৰকাৰীৰ ভিতৰত ১৫ নিযুততকৈও অধিক টুইটাৰ ব্যৱহাৰকাৰীয়ে ভোট দান কৰে। ৫১.৮ শতাংশই ট্ৰাম্পৰ একাউণ্ট সক্ৰিয় কৰাৰ সপক্ষে ভোট দিছিল। ৪৮.২ শতাংশই ইয়াৰ বিৰুদ্ধে ভোট দিয়ে।

লগতে পঢ়ক: ইৰাণৰ সকীয়নি স্বত্বেও পাৰস্য উপসাগৰত চালকবিহীন জাহাজ মোতায়েন কৰিব আমেৰিকাই

Apply Now

ইপিনে, ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে একাউণ্টটো পুনৰুদ্ধাৰ কৰা হ’লেও তেওঁ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰলৈ ঘূৰি নাহে। লাছ ভেগাছৰ এটা ভিডিঅ’ত ট্ৰাম্পে তেওঁৰ নিজৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছে।একে সময়তে, ভিডিঅ’টোত মাস্কৰ জৰীপক আদৰণি জনাই ট্ৰাম্পে কয়, “মই মাস্কৰ অনুৰাগী’’।

উল্লেখ্য যে যোৱা বছৰ জানুৱাৰীত ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গণতন্ত্ৰৰ প্ৰতীক ৱাশ্বিংটন ডিচিৰ কেপিটল ভৱনত আক্ৰমণ কৰা আৰু সমৰ্থকসকলক হিংসা সংঘটিত কৰিবলৈ উদগনি দিয়াৰ বাবে জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু টুইটাৰত নিষিদ্ধ হৈছিল। ট্ৰাম্পৰ সমৰ্থকসকলৰ সেইদিনাৰ ঘটনাটোত আৰক্ষীকে ধৰি পাঁচজন নিহত হৈছিল।

লগতে পঢ়ক: টেবুল টেনিছত অভিলেখ মণিকাৰ; প্ৰথম ভাৰতীয় মহিলা হিচাপে গঢ়িলে ইতিহাস

ঘটনাটোৰ পিছত ট্ৰাম্পৰ টুইটাৰ একাউণ্ট স্থায়ীভাৱে নিলম্বিত কৰা হৈছিল। ১০ বছৰতকৈও অধিক সময় ধৰি ব্যৱহৃত এই একাউণ্টটোত ট্ৰাম্পৰ ৮ কোটিৰো অধিক অনুসৰণকাৰী আছিল। কিন্তু টুইটাৰ কৰ্তৃপক্ষই ডোনাল্ড ট্ৰাম্পে কেপিটল হিলত আক্ৰমণত উচটনি দিয়াৰ অভিযোগ তুলি তেওঁৰ একাউণ্টটো স্থায়ীভাৱে বন্ধ কৰি দিয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd