• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুজৰাটৰ ১০টা অপৰিচিত ৰাজনৈতিক দললৈ ৪,৩০০ কোটিৰ অনুদান! নিৰ্বাচন আয়োগক পুনৰ সমালোচনা ৰাহুলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2025 4:45 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৫ বছৰত গুজৰাটৰ একাংশ অচিনাকি ৰাজনৈতিক দলে লাভ কৰিছে ৪০০০ কোটিতকৈও অধিক টকাৰ অনুদান। শেহতীয়াকৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি এই কথা দাবী কৰিছে।

এই সন্দৰ্ভত তেওঁ নিৰ্বাচন আয়োগক লক্ষ্য কৰি কয়, নিৰ্বাচন আয়োগে এই বিষয়টোৰ তদন্ত কৰিব নে তেওঁ বিষয়টোৰ ওপৰত ৰাজহুৱা মন্তব্য দিয়াৰ বাবে তেওঁক শপতনামা বিচাৰিব?

অৱশ্যে ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰতিক্ৰিয়া দিয়া নাই নিৰ্বাচন আয়োগে।

ৰাহুল গান্ধীয়ে নিজৰ এক্স হেণ্ডেলত এটা বাতৰি শ্বেয়াৰ কৰিছে। উক্ত প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০১৯-২০ চনৰ পৰা ২০২৩-২৪ চনলৈকে গুজৰাটৰ ১০টা অচিনাকি দলে ৫ বছৰত ৪৩০০ কোটি টকাৰ অনুদান লাভ কৰিছিল। এই সময়ছোৱাত দুটা লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় – ২০১৯ আৰু ২০২৪ আৰু ২০২২ চনত গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। এই তিনিটা নিৰ্বাচনত এই দলসমূহে মুঠ ৪৩ জন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল আৰু তেওঁলোকৰ মুঠ ভোট আছিল ৫৪,০৬৯।

প্ৰতিবেদন অনুসৰি এই দলসমূহে নিৰ্বাচনী ব্যয় হিচাপে মাত্ৰ ৩৯.০২ লাখ টকাহে দেখুৱাইছে। অৱশ্যে অডিট ৰিপৰ্টত ৩৫০০ কোটি টকা ব্যয়ৰ কথা উল্লেখ আছে।

गुजरात में कुछ ऐसी अनाम पार्टियां हैं जिनका नाम किसी ने नहीं सुना – लेकिन 4300 करोड़ का चंदा मिला!

इन पार्टियों ने बहुत ही कम मौकों पर चुनाव लड़ा है, या उनपर खर्च किया है।

ये हजारों करोड़ आए कहां से? चला कौन रहा है इन्हें? और पैसा गया कहां?

क्या चुनाव आयोग जांच करेगा – या फिर… pic.twitter.com/CuP9elwPaY

— Rahul Gandhi (@RahulGandhi) August 27, 2025

এই প্ৰতিবেদন নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে হিন্দী ভাষাত লিখিছে, ‘গুজৰাটত কিছুমান বেনামী পঞ্জীয়নভুক্ত ৰাজনৈতিক দল আছে, যাৰ নাম কোনেও শুনা নাই, কিন্তু তেওঁলোকে ৪৩০০ কোটি টকাৰ অনুদান লাভ কৰিছে।নিৰ্বাচন আয়োগক কংগ্ৰেছৰ সাংসদগৰাকীয়ে প্ৰশ্ন কৰে, “ক’ৰ পৰা আহিল এই হাজাৰ কোটি টকা? এই দলবোৰ কোনে চলাই আছে? টকা ক’লৈ গৈ আছে? নিৰ্বাচন আয়োগে এই বিষয়ে তদন্ত কৰিবনে? নে ইয়াতো শপতনামা বিচাৰিব? নে নিজেই আইন সলনি কৰিব যাতে এই তথ্যও লুকুৱাই ৰাখিব পৰা যায়?”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

September 20, 2025 6:30 am
শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

September 20, 2025 6:30 am
শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd