• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডনাৰ মন্ত্ৰ্যালয়ৰ ৪৯টা আঁচনি-প্ৰকল্প : ডিমা হাছাওত ৫০ কোটি টকাৰে স্থাপন হ’ব বাঁহ উদ্যান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2019 10:12 pm
Doner Minister Jitendra Singh

ডনাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং

2.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ডিমা হাছাও জিলাৰ মাণ্ডাৰডিছাত ৫০ কোটি টকাৰে স্থাপন কৰা হ’ব বেম্বু ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক। প্ৰায় ৭৫ হেক্টৰ বৰ্গ কিলোমিটাৰত স্থাপন হ’ব লগীয়া এই পাৰ্কৰ বাবে পুঁজি দিব ডনাৰ মন্ত্ৰ্যালয়ে। ২০২১ চনত আঁচনিখনৰ ৰূপায়ণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।

আজি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰ্যালয়টোৰ এখন পৰ্য্যালোচনা সভাত এই কথা ব্যক্ত কৰিছে ডনাৰ মন্ত্ৰ্যালয়ৰ সচিব ড০ ইন্দৰ জিত সিঙে। বৈঠকখনত ডনাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙো উপস্থিত আছিল।

অসমৰ উপৰি অৰুণাচল প্ৰদেশৰ ইটানগৰতো এখন বেম্বু পাৰ্ক স্থাপন কৰা হ’ব, যিখনৰ দায়িত্ব ল’ব উত্তৰ-পূৰ্বাঞ্চল পৰিষদে।

সংবাদ মাধ্যমক জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰৰ ১০০ দিনীয়া একশ্যন প্লেনৰ অধীনত ডনাৰ মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মুঠ ১২৩১.৯৪ কোটি টকা মূল্যৰ ৪৯টা প্ৰকল্প হাতত লৈছে।

NERSDS আৰু NESIDS-ৰ অধীনত মন্ত্ৰ্যালয়টোৱে ৫৮৬.৩ কোটি টকাৰে পথ আৰু আন্তঃগাঁথনিৰ আঠটা প্ৰকল্প হাতত লৈছে। ইয়াৰ ভিতৰত টুৱেনচাংগ্ৰাৰ পৰা এ টি ৰ’ডৰ নাগালেণ্ডৰ ভিতৰলৈ ২৬.৩৩৫ কিলোমিটাৰৰ উন্নয়ন (তিনিখন দলঙকে ধৰি)।

১৩৬.৯৬ কোটি টকাৰে নাগালেণ্ডৰ টেন্নিং-লেকি পথ (৩৭.৫ কিলোমিটাৰ) নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।

৫৯.৭৭ কোটি টকাৰে নাগালেণ্ডৰ মোককচাং জিলাৰ দিখু দলঙৰ পৰা আমগুৰিলৈকে (১৭.১৫৫ কিলোমিটাৰ) নাগালেণ্ড-অসম আন্তঃৰাজ্যিক পথ।

১৮৮.৬১ কোটি টকাৰে টুৱেনচাঙৰ পৰা লংলেঙলৈ নাগালেণ্ডৰ অন্তৰ্গত ৫১.৬০ কিলোমিটাৰ পথৰ উন্নয়ন।

৫৮.০১ কোটি টকাৰে ১৫.৫১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুখৰোহ আমস্পাৰ সংযোগী জিৰকিনডেং পথ (মেঘালয়-অসমৰ আন্তঃৰাজ্যিক পথ)ৰ নিৰ্মাণ।

৪৬.১৪ কোটি টকাৰে লক্ষীপুৰ অভিৰামপাৰা সংযোগী আগুৱা মেধিপাৰা ফুলবাৰী তুৰা পথৰ (১৯ কিলোমিটাৰ) (মেঘালয়-অসমৰ আন্তঃৰাজ্যিক পথ) নিৰ্মাণ।

আমাৰপুৰ (ফটিকসাগৰ)ৰ পৰা চাবিমূৰালৈ থকা আৰু ত্ৰিপুৰাৰ ইক’ টুৰিজম স্প’টলৈকে থকা সংযোগ উন্নয়ন।

ইত্যাদিকে ধৰি অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰাৰ বিভিন্ন পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ ব্যাপক আঁচনি হাতত লোৱা হৈছে।

আজিৰ বৈঠকত উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ সচিব ৰাম মুইবাহ, NERAMAC-ৰ এম ডি পংকজ প্ৰসাদ; CBTC-ৰ এম ডি ড০ শৈলেন্দ্ৰ চৌধুৰী আৰু আন আন শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত আছিল।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd