• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৰম দিনত নাখাব এইকেইবিধ খাদ্য অন্যথা দেখা দিব পাৰে অনেক ৰোগে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2024 8:02 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰম আৰু মচলাযুক্ত খাদ্য -ঃ যদিও মচলা, জাইফল, সৰিয়হ, জলকীয়া, আদা আৰু দালচেনিৰ দৰে উপাদান আমাৰ শৰীৰৰ বাবে উপকাৰী, তথাপিও গ্ৰীষ্মকালত ইয়াক কমকৈ ব্যৱহাৰ কৰা উচিত। কাৰণ ই বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি কৰে আৰু শৰীৰত উত্তাপৰ সৃষ্টি কৰে। এনে খাদ্য পৰিহাৰ কৰাটো ভাল কাৰণ ইয়াতো প্ৰচুৰ পৰিমাণে তেল আৰু মছলা থাকে। এনে খাদ্য খালে গ্ৰীষ্মকালত পেট বেয়া হ’ব পাৰে।

ফ্ৰাইড ফুড, জাংক ফুড আৰু ষ্ট্ৰীট ফুড -ঃ ডিপ ফ্ৰাইড ফাষ্ট ফুড যেনে চিঙৰা, ভুজিয়া, জাংক ফুড, বাৰ্গাৰ, পিজ্জা, ফ্ৰেঞ্চ ফ্ৰাই আদি খাদ্য গৰমৰ দিনত হজম কৰাটো কঠিন। এই খাদ্যবোৰে আপোনাৰ হজম শক্তি মন্থৰ কৰি তুলিব পাৰে। এনে খাদ্যই আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।

Apply Now

মাংস -ঃ ৰঙা মাংস, মাটন, গৰুৰ মাংস আদি খাদ্যই শৰীৰত অত্যধিক তাপ সৃষ্টি কৰে। সেয়ে গ্ৰীষ্মকালত ইয়াক পৰিহাৰ কৰাটো ভাল। লগতে মাংস সঠিকভাৱে ফ্ৰীজত নাৰাখিলে ই গ্ৰীষ্মকালত সহজেই দূষিত হয় আৰু সেয়েহে গ্ৰীষ্মকালত এনে খাদ্য বিষক্ৰিয়াৰ এটা সাধাৰণ কাৰণ।

তন্দুৰী -ঃতন্দুৰিত সোৱাদ দিবলৈ ব্যৱহাৰ কৰা গ্ৰীলিং আৰু মছলাৰ মিশ্ৰণে গ্ৰীষ্মকালত গেষ্ট্ৰিকৰ সমস্যাৰ সৃষ্টি কৰে বুলি জনা যায়। লগতে তন্দুৰীৰ সোৱাদ বৃদ্ধি কৰিবলৈ সামান্য জ্বলাই দিয়ে হয়, যিয়ে পেটৰ সমস্যাৰ সৃষ্টি কৰে।

আইচক্ৰীম আৰু কল্ড ড্ৰিংকছ -ঃ আইচক্ৰীম আৰু শীতল পানীয় দুয়োটাই শৰীৰত উত্তাপ বৃদ্ধি কৰে। এই দুই খাদ্যই গৰমৰ পৰা সকাহ দিয়াৰ পৰিৱৰ্তে খোৱাৰ কেইমিনিটমানৰ পিছত পেটটো গৰম কৰি তোলে।

চাহ আৰু কফি -ঃ গৰমত চাহ আৰু কফি উভয়তে থকা কেফেইনে আপোনাৰ শৰীৰত প্ৰভাৱ পেলায়। লগতে কেফেইন অতিৰিক্তভাৱে গ্ৰহণ কৰিলে শৰীৰ গৰম হোৱাৰ সম্ভাৱনা থাকে আৰু ই আপোনাৰ টোপনিতো প্ৰভাৱ পেলাব পাৰে।

শুকান ফল -ঃ শুকান ফল অত্যন্ত স্বাস্থ্যকৰ হ’লেও ইয়াত পানীৰ পৰিমাণ অতি কম, চেনিৰ পৰিমাণ অতি বেছি। এনে খাদ্যই শৰীৰৰ তাপ বৃদ্ধি কৰে বুলি জনা যায়। গতিকে, গৰমৰ দিনত শুকান ফলৰ পৰিমাণ কম কৰি তাৰ পৰিৱৰ্তে সতেজ ফলৰ ওপৰত গুৰুত্ব দিয়াটো বাঞ্ছনীয়।

চচ আৰু প্ৰচেছড ফুড -ঃএইবোৰত অধিক মাত্ৰাত নিমখ, সংৰক্ষক আৰু কৃত্ৰিম সোৱাদযুক্ত পদাৰ্থ থাকে যিবোৰ আপোনাৰ শৰীৰৰ বাবে ক্ষতিকাৰক।

চেনিযুক্ত পানীয়-ঃ গৰমত খোৱা চেনিযুক্ত পানীয়ই কেলৰিৰ পৰিমাণ বৃদ্ধি কৰে। ই ওজন বৃদ্ধি আৰু ডায়েবেটিছৰ সাধাৰণ কাৰণ। ইয়াৰ উপৰিও এনে পানীয়ই আমাৰ শৰীৰত পানী নোহোৱা কৰি বৃক্কত প্ৰভাৱ পেলায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd