DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“বহিৰাগত”ৰে বিয়াত নবহি মিজো জাতি ৰক্ষাৰ ৰাজহুৱা সংকল্প

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2019 6:40 pm
Don’t marry “outsiders”, a new diktat in Mizoram

প্ৰতীকী ছবি।

23.2k
VIEWS
Share on FacebookShare on Twitter

“বহিৰাগত” ব্যক্তিৰ সৈতে বিয়াত নবহি জাতি ৰক্ষাৰ বাবে ৰাজহুৱা শপত দিছে মিজোৰামৰ প্ৰভাৱশালী ছাত্ৰ সংগঠন মিজো জিৰলাই পলে।

নিজৰ ক্ষুদ্ৰ জাতিসত্ত্বাক “বহিৰাগত”ই গিলাৰ আশংকাত ছাত্ৰ সংগঠনটোৱে মিজোসকলক অ-মিজোক বিয়া নাপাতিবলৈ আহ্বান জনাইছে।

এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে সংগঠনটোৱে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে, আউটলুকৰ বাতৰি।

ছাত্ৰ সংগঠনটোৰ সভাপতি এল ৰামদিনলিয়ানা ৰেন্থলেই কয় যে জনজাতীয় সংস্কৃতি, পৰম্পৰা আৰু ধৰ্ম ৰক্ষাৰ বাবে সমগ্ৰ মিজোৰামজুৰি এই অভিযান আৰম্ভ হৈছে।

সংগঠনটোৱে মিজোৰামৰ স্কুল-কলেজসমূহতো এই অভিযান চলাব।

মিজোসকল ভাৰতৰ মিজোৰাম আৰু পশ্চিম ম্যানমাৰৰ চিন হিলত বিয়পি আছে। মিজো নৃগোষ্ঠী আচলতে মাৰ, ৰাল্তে, লাই আৰু লুচেইসকলক লৈ গঠিত হৈছে।

মিজো ভাষা ইণ্ড’-তিব্বত ভাষা গোষ্ঠীৰ।

ভাৰতীয় সংবিধানৰ ৩৭১জি অনুচ্ছেদৰ অধীনত মিজোসকলে পৰম্পৰাগত আইন আৰু আচাৰকো সাঙুৰি বহু সুবিধা উপভোগ কৰে।

মিজোৰামত বহিৰাগতই মাটি কিনিব নোৱাৰে, কেৱল মিজোসকলেহে নিজৰ মাজত ভূমি কিনা-বেচা কৰিব পাৰে।

মিজোৰামত প্ৰৱেশৰ বাবে ভাৰতীয় নাগৰিককো আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰয়োজন।

Recent News

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd