• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আপ’ক লৈ সাংসদ সুস্মিতা দেৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ডাঃ ভবেন চৌধুৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2024 7:30 pm
2k
VIEWS
Share on FacebookShare on Twitter

” তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে প্ৰদেশ তৃণমূলৰ সদ্য প্ৰাক্তন সভাপতি ৰিপুণ বৰাক সমালোচনা কৰিবলৈ গৈ অনাহকতে আম আদমী পাৰ্টিক সমালোচনা কৰিছে। সংবাদ প্ৰতিষ্ঠান আই এ এন এছৰ সৈতে মত বিনিময় কৰি তৃণমূলৰ নেত্ৰী গৰাকীয়ে লোকসভা নিৰ্বাচনত অসমত আপে দুটাকৈ সমষ্টিত নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰি ডেৰ লক্ষাধিক ভোট লাভৰ জৰিয়তে বিৰোধীৰ ভোট বিভাজন কৰাৰ অভিযোগ সঠিক নহয়। ৰিপুণ বৰাই কংগ্ৰেছত যোগ দিয়াৰ পিছত সুস্মিতা দেৱে কোনো কাৰণ নোহোৱাকৈ বিৰোধী দলৰ ভোট বিভাজনক লৈ আপ সন্দৰ্ভত কৰা মন্তব্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। “

আজি গণেশগুৰিস্থিত আপৰ কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সুস্মিতা দেৱৰ মন্তব্যৰ বিৰোধিতা কৰি এনেদৰে মত প্ৰকাশ কৰে।

ডাঃ চৌধুৰীয়ে কয়,” আম আদমী পাৰ্টিয়ে প্ৰথমাৱস্থাৰ পৰাই বিৰোধী দলৰ ঐক্যৰ পোষকতা কৰি আহিছিল। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মিত্ৰজোঁটৰ ৰাজনীতিৰ সকলো চৰ্ত উলংঘা কৰিডিব্ৰুগড় লোকসভা সমষ্টিৰ বাহিৰে আটাইকেইটা লোকসভা সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে। অজাপৰ বাহিৰে বিৰোধী ঐক্য মঞ্চৰ সকলো দলৰ সৈতে কংগ্ৰেছ নেতৃত্বই বিশ্বাসঘাতকতা কৰে। এনে অৱস্থাত এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে আমি নিৰ্বাচনত নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। নিৰ্বাচনত ভোট বিভাজন কৰা কোনো দলৰে উদ্দেশ্য হ’ব নোৱাৰে। জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি আমি শক্তিশালী যুঁজত অৱতীৰ্ণ হৈছিলোঁ। গতিকে এই ক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ বক্তব্যই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। “

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd