• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ড০ দিব্যজ্যোতি শইকীয়ালৈ শৌৰ্য সন্মান আৰু আন্তৰাষ্ট্ৰীয় মানৱতা বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2025 9:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাব অব ইণ্ডিয়াত পহিলা মাৰ্চৰ বিয়লি অসমৰ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক দেশ আৰু সমাজৰ বাবে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে  ডিজিহ‘লী ইণ্ডিয়া সংস্থাৰ তৰফৰ পৰা ‘শৌৰ্য সন্মান বঁটা‘ প্ৰদান কৰা হয়।

আনহাতে সিদিনাই নিশাৰ ভাগত ইণ্টাৰনেচনেল ইণ্ডিয়া চেণ্টাৰত মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় আৰু ইউ কেস্থিত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ ৰাজদূত সংগঠনৰ (ভাৰত উইং) দ্বাৰা ড০ শইকীয়াক ‘আন্তৰাষ্ট্ৰীয় উৎকৃষ্ট মানৱতা বঁটা‘ প্ৰদান কৰা হয়।

Apply Now

শৌৰ্য বঁটা প্ৰদান কৰে মুখ্য অতিথি দেশৰ জ্যেষ্ঠ আদৰ্শবান ৰাজনীতিজ্ঞ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পদ্মভূষণ হুকুমদেৱ নাৰায়ন যাদৱে। অসুস্থ দেহাৰেই হুকুমদেৱ নাৰায় যাদৱে বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি বঁটা প্ৰাপকক সকলক উদ্দেশ্যি কয় যে আপোনালোক আলোকৰ একো একোজন গৰাকী।

গতিকে সঠিক ঠাইত পোহৰ বিলাই দেশক সঠিক পথত আগবঢ়াই নিয়াৰ দায়িত্ব আপোনালোকৰ। বিগত ২৪ বছৰ ধৰি ড০ দিব্যজ্যোতি শইকীয়াই অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাসৰ বিৰুদ্ধে কাম কৰি শতাধিক ডাইনীৰ নামত নিৰ্যতিত লোকক উদ্ধাৰ কৰা, চিকিৎসা প্ৰদান কৰাৰ লগতে সন্মান সহকাৰে তেনেলোকক পুনৰ সংস্থাপন কৰি আহিছে।

ড০ দিব্যজ্যোতি শইকীয়াৰ দৰে ব্যক্তিৰ সংগ্ৰামৰ বাবেই অসম চৰকাৰে অন্ধবিশ্বাস ৰোধ কৰিবৰ বাবে The Assam witch hunting (PPP) act 2015 নামেৰে অন্ধবিশ্বাস আৰু ডাইনীৰ নামত হিংসা প্ৰতিৰোধ আইন প্ৰনয়ন কৰিলে।

এসময়ৰ টিম আন্নাৰ ৰাষ্ট্ৰীয় ক‘ৰ কমিটীৰ ৰাষ্ট্ৰীয় সদস্য  ড০ দিব্যজ্যোতি শইকীয়াই ড্ৰাগছৰ বিৰুদ্ধে যুঁজ প্ৰদান কৰি অসমৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাৰ শতাধিক যুৱকক নিচামুক্ত কৰিবলৈ সক্ষম হৈছে। ড০ দিব্যজ্যোতি শইকীয়াই শান্তি আৰু মানৱতাৰ বাবে কৰি অহা কামৰ বাবে ডেৰ শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিছে। ইয়াৰ ভিতৰত বাবু জগজীৱনৰাম স্মৃতি সন্মান, ৱৰ্ল্ড পিচ নবেল আন্তৰাষ্ট্ৰীয় বঁটা, বংগ গৌৰব সম্মান, ৱৰ্ল্ড পাৰ্লিয়ামেণ্ট্ৰি ইন্টাৰনেছনেল বঁটা, ভাৰতীয় সূৰ্য সম্মান, তিলকা মাঝি ৰাষ্ট্ৰীয় সন্মান আদি অন্যতম। 

ড০ দিব্যজ্যোতি শইকীয়াৰ এনেধৰণৰ উৎকৃষ্ট সেৱাৰ বাবে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম টাইম মেগাজিন, আলজাজীৰা, ইউ এছ এ ট‘দে, আদি বিশ্বৰ প্ৰখ্যাত সংবাদ মাধ্যমে ভূয়সী প্ৰশংসা কৰি আহিছে। ড০ দিব্যজ্যোতি শইকীয়াৰ লগতে নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত অনুষ্ঠানত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সাংসদ টিভি আজটক আদিৰ সাংবাদিকৰ উপৰিও এইমছৰ কেইবাগৰাকী চিকিৎসকক শৌৰ্য সন্মান প্ৰদান কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd