• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ভোটাধিকাৰ সাব্যস্ত প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু পত্নী গুৰচৰণ কৌৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 23, 2019 4:33 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আজি দিল্লীৰ পৰা গুৱাহাটী পায়হি অসমৰ দুজন বিশিষ্ট ভোটাৰ- প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰচৰণ কৌৰ।

২ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱা সিং আৰু কৌৰে ২ বাজি ৫৫ মিনিটত ২২৭ নং দিচপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰে। অৱশ্যে আনকেইবাৰৰ দৰে ড০ মনমোহন সিঙে এইবাৰ শাৰীত থিয় নহ’ল। ভোটকেন্দ্ৰত উপস্থিত হৈয়ে দুয়ো পোনেপোনে ভোটাধিকাৰ সাব্যস্ত কৰে।

Apply Now

প্ৰাক্তন প্ৰধান মন্ত্ৰীজনে ভোটাদান কৰিব বাবেই পুৱাৰে পৰা বিদ্যালয়খনত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা|

উল্লেখ কৰিব পাৰি, দীৰ্ঘদিন ধৰি এই ভোটকেন্দ্ৰতে ভোটদান কৰি আহিছে প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা অসমৰ ৰাজ্যসভাৰ সাংসদজনে। ১৯৯১ চনৰ পৰা ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰা ড০ সিঙে নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত সৰু মটৰীয়াৰ নন্দন নগৰত থকা ভাড়াঘৰৰ ঠিকনাই ব্যৱহাৰ কৰিছে।

প্ৰয়াত মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ঘৰটোৰ এটা অংশ বহু বছৰৰ পৰা ভাড়াত লৈ আছে ড০ সিঙে।

অঞ্চলটোৰ বাসিন্দা হিচাপে ভোটাৰ তালিকাত নাম থকা ড০ সিঙৰ ক্ৰমিক নম্বৰ ৬২৩ আৰু তেওঁৰ পত্নী গুৰচৰণ কৌৰৰ ক্ৰমিক নম্বৰ ৬২৪।

ভোট দি আজৰি হোৱাৰ লগে লগে দুয়ো ৰাওনা হয় সৰু মটৰীয়াস্থিত ভাড়াঘৰলৈ| ভাড়াঘৰটোৰ গৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পত্নী হেমপ্ৰভা শইকীয়াই আগ্ৰহেৰে তেওঁলোকক লগ পাবলৈ ৰৈ থকাৰ কথা কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।

ভাড়াঘৰত এঘণ্টাৰ বাবে জিৰণি লৈ দুয়ো পুনৰ দিল্লীলৈ ৰাওনা হ’ব।

ভোটকেন্দ্ৰত প্ৰাক্তন প্ৰধান মন্ত্ৰীজনক সাক্ষাৎ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু গুৱাহাটী সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা। ববিতা শৰ্মাই এখন ফুলাম গামোচাৰে ড০ সিঙক আদৰে।

সময়ৰ অভাৱৰ বাবে সংবাদ মাধ্যমক নিজৰ ভাষ্য বা মন্তব্য দিবলৈ অস্বীকাৰ কৰে প্ৰাক্তন প্ৰধান মন্ত্ৰীজনে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd