• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ বিজ্ঞানী মণ্টু ভূঞা লণ্ডনৰ ৰয়েল এণ্টোম’লজিকেল ছচাইটীৰ ফেল’ নিৰ্বাচিত

NE NOW NEWS স্মিতা ভট্টাটাৰ্য
যোৰহাট , November 15, 2018 5:15 pm

1 min read

IMG_20181115_094318
1k
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ চিএছআইআৰ-বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰ পূৰ্বাঞ্চলীয় প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ড০ মন্টু ভূঞাক লণ্ডনৰ ৰয়েল এণ্টোম’লজিকেল ছচাইটী ফেল’ হিচাপে নিৰ্বাচিত কৰা হৈছে। ঘাইকৈ পতংগ বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিজ্ঞানীগৰাকীক এই সন্মান জনোৱা হয়।

উল্লেখ্য যে চাৰ্লছ ডাৰৱিন আৰু আলফ্ৰেড ৰাছেলৰ দৰে বৈজ্ঞানিকৰ দৰে ভালেমান অগ্ৰগণ্য বিজ্ঞানীয়ে এই ছচাইটীৰ প্ৰাক্তন  ফেল’ আছিল।

ড০ ভূঞাই যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আমেৰিকাৰ ৰুটজাৰ বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট-ডক্টৰেট কৰিছিল। বৰ্তমান বৈজ্ঞানিকগৰাকীয়ে পতংগ-বৃক্ষৰ মাজৰ সংকেত বিনিময় আৰু বৃক্ষৰ গৌণ পৰিপাকৰ দ্বাৰা কীট নিয়ন্ত্ৰণৰ ওপৰত গৱেষণা কৰি আছিল। লগতে তেওঁ পখিলাৰ পৰিৱেশতন্ত্ৰ, পতংগৰ আচৰণ আৰু ৰোগৰ বিজানু বিয়পোৱা ম’হ মাখিৰ নিয়ন্ত্ৰণ আদিৰ ওপৰত গৱেষণা কৰিছিল।

বিজ্ঞানৰ প্ৰখ্যাৎ আলোচনীসমূহত তেওঁৰ লিখনি প্ৰকাশিত হৈছে। পতংগ বিজ্ঞানৰ ওপৰত প্ৰকাশিত বিখ্যাৎ আলোচনী Annual Review of Entomologyৰ তেখেত সহ লিখক।

তেওঁৰ হাতত মহ আঁতৰোৱাৰ ভালেকেইটা সফল প্ৰযুক্তিৰ পেটেণ্ট আছে আৰু তাৰ ওপৰত  বহুকেইটা উদ্যোগে বাণিজ্যিকভাৱে মহ আতৰোৱা সামগ্ৰী উৎপাদন কৰি আছে।

Recent News

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

WhatsApp Image 2021-01-21 at 4.10.00 PM

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd