• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও জিলাৰ আঠটা বিধান সভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , November 18, 2020 5:16 pm

1 min read

a download

প্ৰতিনিধিত্বমূলক ছবি

339
VIEWS
Share on FacebookShare on Twitter

অসম বিধান সভাৰ নিৰ্বাচনৰ দিন সমাগত।

এনে সময়তে বিভিন্ন ঠাইত ভোটাৰ তালিকাৰ খচৰা প্ৰস্তুতৰ কাম তৰিৎ গতিৰে চলি আছে।

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আজি নগাঁও জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা জিলাখনৰ বিধানসভা সমষ্টি ক্ৰমে- ৰহা, নগাঁও সদৰ, বটদ্ৰবা, ধিং, ৰূপহী, বঢ়মপূৰ আৰু চামগুৰিৰ বাবে ভোটাৰ তালিকা-২০২১ ৰ খচৰা প্ৰকাশ কৰা হয়।

এই অনুসৰি অহা ১৫/১২/২০২০ তাৰিখৰলৈকে খচৰা ভোটাৰ তালিকাৰ ওপৰত অভিযোগ আৰু আপত্তি সমূহ নিৰ্দিষ্ট এলেকাৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু নিজৰ নিজৰ নিৰ্দিষ্ট ভোট কেন্দ্ৰ সমূহত গ্ৰহণ কৰা হব।

এই অভিযোগ আৰু  আপত্তি সমূহ অহা ৫/১/২০২১ তাৰিখৰ ভিতৰত নিস্পতি কৰা হব।

অহা ১৫/১/২০২১ তাৰিখে চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হব বুলি জানিবলৈ দিছে নগাঁও জিলা প্ৰশাসনে ।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd