• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুনকৈ নামকৰণ কৰা হ’ল ‘ড্ৰেগন ফল’ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 20, 2021 4:29 pm

1 min read

নতুনকৈ নামকৰণ কৰা হ’ল ‘ড্ৰেগন ফল’ৰ
273
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ৰ এবিধ জনপ্ৰিয় ফল ‘ড্ৰেগন ফল’ৰ নতুনকৈ নামাকৰণ কৰা হৈছে গুজৰাটত।

মঙলবাৰে গুজৰাটৰ মুখ্য মন্ত্ৰী বিজয় ৰূপানীয়ে ড্ৰেগন ফলৰ নতুন নাম ‘কমলম’ হিচাপে ঘোষণা কৰে।

সংস্কৃত শব্দ কমলমৰ অৰ্থ হৈছে পদুম ফুল।

‘‘ড্ৰেগন শব্দটো ফলটোৰ সৈতে মিলা নাই আৰু এই শব্দটোৰ সৈতে চীনৰে অধিক পৰিচয় আছে। ফলবিধৰ বহিঃভাগ দেখাত পদুম ফুলৰ নিচিনা,’’ গুজৰাটৰ  মুখ্য মন্ত্ৰী বিজয় ৰূপানীয়ে এইদৰে লগতে কয়।

গুজৰাটৰ কচ্চ জিলাৰ খেতিয়ক সকলে গুজৰাট চৰকাৰক ড্ৰেগন ফলৰ নতুন নামকৰণৰ বাবে আহ্বান জনাইছিল।

বৰ্তমান সময়ত ফলৰ বজাৰত ড্ৰেগন ফল ইয়াৰ আকৃতি আৰু সোৱাদৰ বাবে অধিক জনপ্ৰিয় হৈ পৰিছে।

শৰীৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন উপাদান ফলবিধত ভৰপুৰ হোৱা বাবেও গ্ৰাহকে ইয়াক পচন্দ কৰা আৰম্ভ কৰিছে।

অসমৰো বিভিন্ন স্থানত এই ফলবিধৰ খেতি কৰা নতুনকৈ আৰম্ভ হৈছে।

Recent News

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd