• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Presidential Oath-Taking: বিগত চাৰে চাৰি দশক ধৰি ২৫ জুলাইতে কিয় শপত গ্ৰহণ কৰি আহিছে ভাৰতৰ ৰাষ্ট্ৰপতিসকলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2022 9:32 am
ভাৰতৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত ল'বলগীয়া দ্ৰৌপদী মুৰ্মু।

ভাৰতৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত ল'বলগীয়া দ্ৰৌপদী মুৰ্মু।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Draupadi Murmu to become 10th successive president to take oath on July 25 আজি দ্ৰৌপদী মুৰ্মুয়ে ভাৰতৰ প্ৰথম আদিবাসী ব্যক্তি হিচাপে দেশৰ ৰাষ্ট্ৰপতি পদত শপত গ্ৰহণ কৰিব। দ্ৰৌপদী মুৰ্মুয়ে পুৱা ১০ বজাত সংসদ ভৱনৰ কেন্দ্ৰীয় হলত দেশৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে ৰামনাথ কোবিন্দ, প্ৰণৱ মুখাৰ্জী, প্ৰতিভা পাটিল, এ পি জে আব্দুল কালাম সকলোৱে ২৫ জুলাইত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল।

 কিন্তু আজিৰ ২৫ জুলাইৰ দিনটোতে কিয় ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰে?

Apply Now

লগতে পঢ়ক: India Vs West Indies: অক্ষৰ পেটেলৰ দুৰ্দান্ত বেটিঙেৰে দ্বিতীয় এদিনীয়াত শ্বাসৰুদ্ধকৰ জয়; শৃংখলা ভাৰতৰ দখলত

১৯৭৭ চনৰ পৰা ২৫ জুলাইত ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ পৰম্পৰা আৰম্ভ হৈছে। ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে সেইদিনা শপত গ্ৰহণ কৰিছিল। সেই তেতিয়াৰ পৰা সকলো ৰাষ্ট্ৰপতিয়ে ২৫ জুলাইত শপত গ্ৰহণ কৰি আহিছে।

১৯৭৭ চনৰ পৰা সকলো ৰাষ্ট্ৰপতি তেওঁলোকৰ সম্পূৰ্ণ কাৰ্যকাললৈকে ৰাষ্ট্ৰপতি হৈ আছে। সেই অনুসৰি সকলো ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ২৪ জুলাইত উকলি গৈছিল। এই পৰিৱেশত পৰৱৰ্তী ৰাষ্ট্ৰপতিয়ে যোৱা চাৰে চাৰি দশক ধৰি ২৫ জুলাইত শপত গ্ৰহণ কৰি আহিছে।

ভাৰতৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত প্ৰথমগৰাকী আদিবাসী ব্যক্তি দ্ৰৌপদী মুৰ্মু।

ড০ ৰাজেন্দ্ৰ প্ৰসাদ দেশৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত তেওঁ শপত গ্ৰহণ কৰিছিল। তেওঁ ১৯৬২ চনৰ ১৩ মে লৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁৰ পিছত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ ৰাষ্ট্ৰপতি হ’ল। তেওঁ তেওঁৰ সম্পূৰ্ণ কাৰ্যকাললৈকে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে তাৰ পিছত ফকৰুদ্দিন আলী আহমেদ আৰু ড০ জাকিৰ হুছেইনে ৰাষ্ট্ৰপতি হিচাপে তেওঁলোকৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে।

লগতে পঢ়ক: Asam Sahitya Sabha: অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সম্পন্ন; বিত্তীয় কেলেংকাৰীকলৈ সৰৱ একাংশ সদস্য

তাৰ মাজতে ভিভি গিৰিয়ে তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত বি ডি জাট্টিয়ে ১৯৭৭ চনৰ ২৫ জুলাইলৈকে অস্থায়ী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেতিয়াৰ পৰা, সকলো ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিছে। তেওঁলোক সকলোৰে ম্যাদ ২৪ জুলাইত উকলি গৈছিল।

ইয়াৰে পৰা পৰৱৰ্তী ৰাষ্ট্ৰপতিসকলে ২৫ জুলাইত শপত গ্ৰহণ কৰিছে আৰু এই পৰম্পৰাটো বিগত চাৰে চাৰি দশক ধৰি চলি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd