• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰহ্মপুত্ৰৰ বালিত বিশুদ্ধ খোৱাপানীৰ সন্ধান গঞাৰ

বিশুদ্ধ খোৱাপানী সমস্যাত টীয়কৰ জাঁজীমুখৰ জপং গাঁও

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
February 20, 2020 6:45 am
world-water-day-2015.jpg1
622
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে জনসাধাৰনক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ যিমানেই বিভিন্ন আঁচনি গ্ৰহণ নকৰক কিয় কায্যত এতিয়াও ৰাজ্যৰ বহু অঞ্চলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাঁহাকাৰ কৰিব লগীয়া হয় l

যোৰহাট জিলাৰ টীয়কৰ বান্যাক্ৰান্ত জাঁজীমুখ জপং গাঁৱত বৰ্তমান এটুপি  বিশুদ্ধ খোৱাপানীৰ বাবে জনসাধাৰণ ভীষণ সমস্যাত পৰা দেখা গৈছে l

জাঁজীমুখ জপং গাঁৱৰ জনসাধাৰণে বিশুদ্ধ খোৱাপানীৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ বালিত বহুদূৰ খোজকাঢ়ি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বছৰ বছৰ ধৰি চলি আহিছে তেঁওলোকৰ এই সংগ্ৰাম।

চৰকাৰ আহিছে আৰু গৈছে কিন্তু স্থায়ী হৈ ৰৈছে টীয়ক বিধান সভা সমষ্টিৰ অৰ্ন্তগত এই জাঁজীমুখ অঞ্চলৰ গাঁৱৰ খোৱাপানীৰ সমস্যাটো।

জাঁজীমুখ জপং গাঁৱৰ লোকসকলে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে প্ৰতি বছৰে খৰালিত বালিত গাঁত খান্দি খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়।

আজিৰ চৰকাৰখনে জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যদিও  টীয়কৰ জাঁজীমুখৰ জপংগাঁৱৰ খোৱা পানীৰ সমস্যাৰ কিয় সমাধান হোৱা নাই সি এক সাঁথৰ হৈ পৰিছে l

বৰ্তমান খৰালি খোৱাপানীৰ নাটনীৰ সময়ত চৰকাৰৰ নিৰ্দিষ্ট বিভাগে  অতী শীঘ্ৰে এই গাঁৱত দমকল অথবা অন্যান্য ব্যৱস্থাৰে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে l

এতিয়া গাঁৱবাসীৰ মনত এটাই প্ৰশ্ন যে বিশুদ্ধ খোৱাপানীৰ সমস্য সমাধানৰ ওপৰত কেতিয়া গুৰুত্ব দিব চৰকাৰে ।  টীয়কৰ জাজীমুখৰ ৰাইজে তৎকালিন ভাৱে খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে l

 

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd