DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত আৰক্ষীৰ অভিযানত ব্ৰাউন চুগাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 22, 2020 10:43 am
249
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ কালিবাৰী অঞ্চলত আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই ৩০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়।

এই অভিযানৰ সময়ত ডিব্ৰুগড় আৰক্ষীয়ে য়ুনিছ খান নামৰ এগৰাকী লোককো গ্ৰেপ্তাৰ কৰে।

‘‘বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পাছতে ডিব্ৰুগড় আৰক্ষী থানাৰ অ’ চি ৰাজীৱ শইকীয়াৰ নেতৃত্বত য়ুনিছ খানৰ গৃহত অভিযান চলোৱা হয় আৰু সন্দেহযুক্ত নিচাজাতীয় দ্ৰব্যখিনি উদ্ধাৰ কৰা হয়,’’ ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ টিয়ে সদৰী কৰে।

আনহাতে, ঘটনা সংক্ৰান্তত ডিব্ৰুগড় আৰক্ষী থানাত এন ডি পি এছ আইন ১৯৮৫ৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে বুলিও শ্ৰীজিথে লগতে জানিবলৈ দিয়ে।

উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা হ’ব বুলিও আৰক্ষীয়ে সদৰী কৰে।

জানিব পৰা মতে, ডিব্ৰুগড়ত দীৰ্ঘদিনৰ পৰা অবৈধভাৱে ড্ৰাগছৰ গোপান বেহা চলি আহিছে।

বিভিন্ন সময়ত আৰক্ষীয়ে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অপৰাধীক কৰায়ত্ত কৰি আহিছে যদিও অপৰাধী সকলে আইনৰ সুৰুঙাৰে জামিন লাভ কৰি পুনৰ এনেধৰণৰ নিষিদ্ধা কাৰ্য্যৰ সৈতে জড়িত হৈ পৰিছে।

Recent News

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd