• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰত হেৰ’ইনসহ দুই ড্ৰাগছ ব্যৱসায়ীক আটক

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
November 11, 2022 2:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাপৰ আৰক্ষীয়ে আজি পুৱা প্ৰায় ১০ বজাত চাপৰ চহৰৰ মৌৱাটাৰীত এক অভিযান চলাই সন্দেহজনক হেৰ’ইনৰ পাঁচটা কন্টেইনাৰসহ দুটা ড্ৰাগছ ব্যৱসায়িক আটক কৰে। চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিয়ে জানিবলৈ দিয়া মতে তেওঁ আজি পুৱা মৌৱাটাৰী অঞ্চলত দুটা ড্ৰাগছ ব্যৱসায়ীয়ে ড্ৰাগছ বিক্ৰীৰ পৰিকল্পনা কৰাৰ কথা জানিব পাৰি চাপৰ আৰক্ষীৰ দল এটাক মৌৱাটাৰীলৈ প্ৰেৰণ কৰে।

ভাৰপ্ৰাপ্ত বিষয়া কাকতিৰ তত্বাৱধানত আৰক্ষীৰ দলটোৱে মৌৱাটাৰীত অভিযান চলাই মৌৱাটাৰীৰ চুৰত জামাল শ্বেখৰ পুত্ৰ চাজিজ আলী আৰু বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত বৰঘোলাঝাৰ গাঁওৰ আজিজুল হ’কৰ পুত্র ইলিয়াছ আলীক আটক কৰে আৰু সিহঁতৰ কৱলৰ পৰা সন্দেহযুক্ত হেৰ’ইনৰ পাঁচটা কন্টেইনাৰৰ লগতে ছটা খালী কন্টেইনাৰ জব্দ কৰে আৰু কিছু নগদ ধন উদ্ধাৰ কৰে।

Apply Now

পিছত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুটাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি থানাত জেৰা অৱ্যাহত ৰাখিছে। কাইলৈ ড্ৰাগছ ব্যৱসায়ী দুটাক বিলাসীপাৰা আদালতত হাজিৰ কৰোৱা হব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে। ইপিনে ড্ৰাগছ আৰু নিচাজাতীয় ঔষধ সেৱনৰ পৰা যুৱ সমাজক মুক্ত কৰাৰ বাবে আজি নিশা প্ৰায় ৮ বজাত মৌৱাটাৰীত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈছে।

উক্ত সভাত চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিৰ লগতে অঞ্চলটোৰ গণ্য মান্য ব্যক্তিসকল অংশগ্ৰহন কৰিছে। ইপিনে চাপৰ অঞ্চলত ড্ৰাগছ আদিৰ দৰে মাৰাত্মক নিছা জাতীয় দ্ৰৱৰ অবাধ প্ৰচলনৰ লগতে বিলাতী সুৰাৰ অবৈধ ব্যৱসায় দ্ৰুত গতিত বৃদ্ধি পাইছে।

বিশেষ সূত্ৰে জানিব পৰা মতে এই সুৰা সমূহ এক চুবুৰীয়া ৰাজ্যৰ পৰা আমদানি কৰি এক গোপন ঠাইত ৰাখি বটল সমূহ খুলি পুনৰ নতুন কৈ ভেজাল ভাবে প্ৰস্তুত কৰি অবৈধ ভাবে বিক্ৰী কৰা হৈ আছে। এই ধৰণৰ মদ সেৱনৰ ফলত বহুতে অকালতে মৃত্যুক সাৱটি লয় বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে ।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

November 1, 2026 8:44 pm
ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

November 1, 2026 8:02 pm
দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

November 1, 2026 5:32 pm
ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

November 1, 2026 4:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

November 1, 2026 8:44 pm
ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

November 1, 2026 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd