• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত ড্ৰাগছৰ দুটা বৃহৎ ঘাটি উৎখাত; চাৰিজন ব্যৱসায়ীক আটক আৰক্ষীৰ

NE NOW NEWS দীপজ্যোতি শৰ্মা
গুৱাহাটী , February 21, 2020 1:25 pm

1 min read

5f8a0892-1399-47fe-b6f4-a7e33acf1017

ফটো : নৰ্থ-ইষ্ট নাও

504
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই অহা দুটা ভিন্ন অবৈধ ঘাটিত নুনমাটি আৰক্ষীয়ে অতৰ্কিত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।

আৰক্ষীয়ে এই অভিযানটো চলাইছিল নুনমাটি অঞ্চলৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ সমীপৰ বি জি তিনি আলী আৰু নিউ গুৱাহাটীৰ সমীপৰ হনুমান মন্দিৰত।

অভিযানত আৰক্ষীয়ে চাৰিজন ড্ৰাগছ ব্যৱসায়ী তথা সৰবৰাহকাৰীক আটক কৰিছে।

ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন নুনমাটিৰ হৰেন কলিতা, বাপধন পাঠক, বুদ্ধেশ্বৰ বিশ্বাস আৰু ৰাজস্থানৰ নিৰঞ্জন আগৰৱালা বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে ড্ৰাগছৰ ঘাটি দুটাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ ত্ৰিশ হাজাৰ টকা, তিনিটা মোবাইল, AS01 KC 1343 নম্বৰৰ এখন চাৰিচকীয়া টাটা জেষ্ট বাহন আৰু AS 01 ED 8194 নম্বৰৰ এখন স্কুটি জব্দ কৰিবলৈ সক্ষম হয়।

নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে এই অভিযানটো চলাইছিল। বৰ্তমান আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে উক্ত ঘাটি দুটাৰ পৰাই সৰবৰাহকাৰী কেইজনে মহানগৰৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল বুলি আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত উল্লেখ কৰিছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd