• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এই দিন কেইটাত কামৰূপ মেট্ৰ’ জিলাৰ অঞ্চল বিশেষে ঘোষণা কৰা হৈছে ড্ৰাই ডে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 15, 2020 7:05 pm

1 min read

a winee
202
VIEWS
Share on FacebookShare on Twitter

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত  কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে জিলা খনৰ কিছু কিছু অংশত ১৬,১৭ আৰু ১৯ ডিচেম্বৰত ডে ঘোষণা কৰিছে।

সেই মৰ্মে উক্ত দিন কেইটাত কামৰূপ মেট্ৰ’ জিলাৰ খানাপাৰাৰ পৰা ক্ষেত্ৰীলৈ আৰু পাইনীখাইতি ৰে’ল ক্ৰচিঙৰ পৰা মৰিগাঁও জিলাৰ সীমালৈ সকলো মদৰ দোকান, বাৰ আদি বন্ধ থাকিব।

উল্লেখ্য মৰিগাঁও জিলাতো ড্ৰাই ডে ঘোষণা কৰা মৰিগাঁও জিলাত অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত এই ড্ৰাই ডে ঘোষণা কৰিছে।

জিলাখনৰ ১৯ টা পৰিষদীয় সমষ্টিত ১৭ ডিচেম্বৰ তাৰিখে ১৮ টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব আৰু ১৯ ডিচেম্বত ভোট গণনা কাৰ্য চলিব।

সেয়ে নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পাদনা কৰিবলৈ সহায় হোৱাকৈ জিলা প্ৰশাসনে অহা ১৬, ১৭ আৰু ১৯ ডিচেম্বৰ তাৰিখ এই তিনিটা দিনত সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰিছে।

বিলাতী অথবা স্থানীয়, পাইকাৰী আৰু খুচুৰা সুৰা ব্যৱসায়ীসকলে সেই কেইটা দিনত সুৰা বিপনীসমূহ খোলা ৰাখিব নোৱাৰিব।

এই নিষেধাজ্ঞা উলংঘা কৰিলে অসম আৱকাৰী আইন ২০০০ আৰু ২০১৬ মতে দণ্ডনীয় হ’ব ।

Recent News

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd