• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জ্বলিছে মণিপুৰ, নিশ্চুপ মোদী: প্ৰতিবাদ স্বৰূপে মোদীৰ অনুষ্ঠান বৰ্জন দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2023 11:53 am
Manipur
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় দুমাহে অস্থিৰ হৈ আছে মণিপুৰ। হিংসাত্মক পৰিস্থিতিৰ পৰিণতিত অগ্নিগৰ্ভৰ মণিপুৰত প্ৰাণ হেৰুৱাইছে শতাধিক লোকে। ৰাজ্যখনৰ এনে পৰিস্থিতিৰ পাছতো এতিয়ালৈকে মণিপুৰ সন্দৰ্ভত সম্পূৰ্ণ নিশ্চুপ প্ৰধানমন্ত্ৰী মোদী। মোদীৰ এই মৌনতাক লৈ সৰৱ হৈ পৰিছে দেশৰ বিৰোধী তথা মণিপুৰবাসী।

এইবাৰ মণিপুৰৰ বিষয়ত মোদীৰ মৌনতাক লৈ ক্ষোভ প্ৰকাশ কৰিছে দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থা। এই ক্ষোভৰ বহি:প্ৰকাশ হিচাপে বিশ্ববিদ্যালয়ত প্ৰধানমন্ত্ৰী মোদীৰ এক অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষক সংগঠনটোৱে।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা। শিক্ষক সংগঠনটোৱে এতিয়া সেই অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।

কংগ্ৰেছ সমৰ্থিত শিক্ষক সংগঠনটোৱে দাবী কৰিছে যে দুমাহৰো অধিক সময় ধৰি মণিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। ৰাজ্যৰ বহু লোকে প্ৰাণ হেৰুৱালে। কিন্তু, প্ৰধানমন্ত্ৰীৰ পৰা এই সন্দৰ্ভত কোনো মন্তব্য শুনা নাযায়। তেওঁ সম্পূৰ্ণ নিমাত।

গতিকে শুকুৰবাৰৰ অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত মণিপুৰৰ বিষয়ত প্ৰধানমন্ত্ৰীৰ ভূমিকাৰ বিৰুদ্ধে বুলি দাবী কৰিছে INTUC নামৰ শিক্ষক সংগঠনটোৱে। বুধবাৰে সংগঠনটোৱে জাৰি কৰা এক প্ৰেছ বিবৃতিত মণিপুৰৰ প্ৰতি ভাৰত চৰকাৰৰ উদাসীন মনোভাৱ অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

বিবৃতিটোত সংগঠনটোৱে কয় যে, দুমাহতকৈও অধিক সময় ধৰি মণিপুৰত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাৰ বাবে বিশ্ববিদ্যালয়খনৰ বহু মণিপুৰী ছাত্ৰ-ছাত্ৰী মানসিকভাৱে হতাশগ্ৰস্ত হৈ পৰিছে। ৰাজ্যৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে তেওঁলোকে শিক্ষাৰ ওপৰত সঠিকভাৱে মনোনিৱেশ কৰিব পৰা নাই বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

“কিন্তু এনে পৰিস্থিতিৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এটাও শব্দ উচ্চাৰণ নকৰিলে। আনকি, পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ইচ্ছাক লৈও প্ৰশ্ন উত্থাপন হৈছে। মণিপুৰৰ প্ৰতিগৰাকী ব্যক্তি বিভিন্ন ধৰণে এই পৰিস্থিতিৰ ফলত প্ৰভাৱিত তথা আক্ৰান্ত হৈছে।– সংগঠনটোৱে লগতে কয়।

প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ এই উদাসীন মনোভাৱৰ বিৰুদ্ধে অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লোৱা হৈছে বুলি INTUC- এ লগতে বিবৃতিটোত স্পষ্ট কৰি দিয়ে।

ইফালে প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীক লৈ আন এক বিতৰ্কৰ সৃষ্টি হৈছে। শুকুৰবাৰে হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি বহু কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে। বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ এক অংশই এই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd