• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰবল বৰষুণত নিউ কোচবিহাৰত ক্ষতিগ্ৰস্ত ৰে’লপথ; বিভিন্ন ষ্টেশ্যনত আবদ্ধ দূৰণিবটীয়া ৰে’লগাড়ী সমূহ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2019 5:19 pm
20992974_1363649683733093_4287945308336266592_n

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ । উৎস-ইণ্টাৰনেট

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধাৰাশাৰ বৰষুণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ ডিভিজনৰ ৰে’ল আলি ক্ষতিগ্ৰস্ত হোৱা বাবে জোৰাই আৰু কামাখ্যাগুৰিৰ মাজত ৰে’লসমূহ দ্বৈত ৰে’ল পথৰ পৰিৱৰ্তে এটা ৰে’ল পথেৰে চলাচল কৰিব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা জনোৱা অনুসৰি কিছুমান ৰে’লৰ যাত্ৰাপথ ধুবুৰীহৈ সলনি কৰা হৈছে যাৰ বাবে ৰে’ল সেৱা নিৰ্ধাৰিত সময়তকৈ পলম হোৱাৰ সম্ভাৱনাই দেখা দিছে।

Apply Now

প্ৰবল বৃষ্টিপাতৰ বাবে নিউ কোচবিহাৰৰ ১৯৫ নম্বৰ ৰে’ল দলঙৰ ওচৰত থকা দ্বৈত ৰে’ল পথ ক্ষতিগ্ৰস্ত হয়। যাৰবাবে মেৰামতি নোহোৱা পৰ্যন্ত এই অঞ্চলত এটা ৰে’ল পথেৰে ৰে’লসমূহ চলাচল কৰিব।

উত্তৰ-পূব সীমান্ত ৰে’লৱে বৰ্তমান বিভিন্ন ৰে’লগাড়ীৰ স্থিতি  এনেদৰে প্ৰকাশ কৰিছে-

নামনিমুৱা ৰে’লসমূহ

১. ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ (১৫৯৩৩) ৰে’লগাড়ীখন নিউ-বঙাইগাঁও ৰে’ল ষ্টেশ্যনত ৬.৪৫ মিনিটৰ পৰা আবদ্ধ হৈ আছে।

২. ২৩.০৭.১৯ বজাৰ লামডিং-আলিপুৰদুৱাৰ জংচন ইণ্টাৰচিটি এক্সপ্ৰেছ (১৫৭৭০)নিউ বঙাইগাঁও ষ্টেশ্যনত ৬.৫১ বজাৰ পৰা আবদ্ধ হৈ আছে।

৩. আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ (১৩১৭৪) বঙাইগাঁও ষ্টেশ্যনত ০৯.১৫ বজাৰ পৰা আবদ্ধ হৈ আছে।

৪. ডিব্ৰুগড় টাউন-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ (১২৪২৩) বৰপেটা ৰোড ষ্টেশ্যনত ০৯.১৫ বজাৰ পৰা আবদ্ধ হৈ আছে।

৫. ডিব্ৰুগড়-ক’লকাতা এক্সপ্ৰেছ (১২৫২৬) নিউ বঙাইগাঁও ষ্টেশ্যনৰ পৰা ৰাওনা হৈছে।

৬.ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ (১৫৯৬০) ৰঙিয়া ষ্টেশ্যনত ০৮.৫০ বজাৰ পৰা আবদ্ধ হৈ আছে।

৭. গুৱাহাটী-নতুন দিল্লী পূৰ্বোত্তৰ চম্পকক্ৰান্তি এক্সপ্ৰেছ (১২৫০১) গোৱালপাৰা টাউন ষ্টেশ্যনত ০৮.১৬ বজাৰ পৰা আবদ্ধ হৈ আছে।

৮. কামাখ্যা-ৰাজেন্দ্ৰনগৰ কেপিটেল এক্সপ্ৰেছ (১৩২৪৭) অভয়াপুৰী ষ্টেশ্যনত ০৭.৫৭ বজাৰ পৰা আবদ্ধ হৈ আছে।

উজনি মুৱা ৰে’লসমূহ

১. আলিপুৰদুৱাৰ জংচন-লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ (১৫৭৬৯) শামুকটোলা ষ্টেশ্যনত ০৪.২০ বজাৰ পৰা আবদ্ধ হৈ আছে।

২. হাওৰা-গুৱাহাটী শৰাইঘাট এক্সপ্ৰেছ (১২৩৪৫) নিউ আলিপুৰদুৱাৰ ষ্টেশ্যনত ০৫.২৩ বজাৰ পৰা আবদ্ধ হৈ আছে।

৩. গয়া-কামাখ্যা এক্সপ্ৰেছ (১৫৬১৯) পুণ্ডিবাৰি ৰে’ল ষ্টেশ্যনত ০৭.০৫ বজাৰ পৰা আবদ্ধ হৈ আছে।

৪. আনন্দ বিহাৰ-নাহৰলগুণ এ চি এক্সপ্ৰেছ (২২৪১১) গোসাইগাঁও হাটত ০৮.১০ বজাৰ পৰা আবদ্ধ হৈ আছে।

৫. ট্ৰিবান্দ্ৰম-শিলচৰ এক্সপ্ৰেছ (১২৫১৫) নিউ মাল জংচনত ০৮.৩৮ বজাৰ পৰা আবদ্ধ হৈ আছে।

উল্লেখযোগ্য যে, নিউ-কোচবিহাৰ আৰু নিউ-বঙাইগাঁৱৰ মাজত ষ্টপেজ নথকা ৰে’লসমূহ ধুবুৰী হৈ যাত্ৰা কৰিছে আৰু ইণ্টাৰচিটি ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd