DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰন্ধন গেছৰ নাটনি!; ভোগালীত দুৰ্ভোগ ভূগিব নেকি ৰাজ্যবাসীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2018 7:20 pm
Illegal godown of cooking gas uprooted in Golaghat

প্ৰতীকী ছবি।

181
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিলৈ ৰন্ধন গেছৰ যোগান ধৰা অইলৰ অতি গুৰুত্বপূৰ্ণ এল পি জি প্লাণ্টৰ দুটা যন্ত্ৰ আজি এসপ্তাহ জুৰি বিকল হৈ আছে। যাৰ ফলত ৰাজ্যখনত মাঘৰ বিহুৰ পূৰ্বে ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে।

কেন্দ্ৰীয় চৰকাৰ আৰু উদ্যোগ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই মিলি অইলৰ কেইবাখনো তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈ থকাৰ সময়তে এল পি জি প্লাণ্টৰ দুটাকৈ যন্ত্ৰ বিকল হৈ থকা স্বতেও নাই কোনো ধৰণৰ গুৰুত্ব।

উল্লেখযোগ্য যে আজি এসপ্তাহ জুৰি যন্ত্ৰ কেইটা বিকল হৈ থকাত এল পি জি প্লাণ্টটোৰ সন্মুখত আবদ্ধ হৈ পৰিছে শ শ এল পি জি কঢ়িওৱা গাড়ী। আনহাতে এল পি জি কঢ়িওৱা গাড়ীসমূহৰ চালকসকলৰ মাজতো প্লাণ্টটো বন্ধ হৈ থকাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে অইলেও বিগত এসপ্তাহে এল পি জি উৎপাদনত ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে।

অৱশ্যে এল পি জি প্লাণ্টটোৰ বিকল হৈ থকা যন্ত্ৰ দুটা কাৰ গাফিলতি তথা কাৰ অমনোযোগিতাৰ বাবে আজি এসপ্তাহ ধৰি বিকল হৈ থকাৰ পিছতো মেৰামতি কৰাত গুৰুত্ব প্ৰদান কৰা নাই সেয়া বৰ্তমানৰ ৰহস্যৰ আৱৰ্তত।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd