• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪৫ মাহে প্ৰাপ্য বেতনৰ পৰা বঞ্চিত সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চ : আন্দোলনৰ হুংকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 12, 2019 10:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিভিন্ন নগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৰিকল্পিত উন্নয়ন আৰু সুষম বিকাশৰ স্বাৰ্থত অসম নগৰ আৰু গাঁও পৰিকল্পনা আইন ১৯৫৯ ৰ আধাৰত ১৯৬৩ চনৰ পৰা প্ৰাধিকৰণৰ কাৰ্য্যালয়সমূহত চৰকাৰৰ দ্বাৰা নিয়োজিত সভাপতিসকলে কৰ্মচাৰীসকলক বিভিন্ন পদমর্যাদাৰে প্ৰাধিকৰণত নিযুক্তি দিছিল। কিন্তু সেইসকল কৰ্মচাৰী প্ৰায় ৪৫ মাহ ধৰি বঞ্চিত হৈ আছে প্ৰাপ্য বেতনৰ পৰা। সেয়েহে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে সদৌ অসম উন্নয়ন প্ৰাধীকৰণ ঐক্য মঞ্চই।

গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই হুংকাৰ দিয়ে মঞ্চৰ সভাপতি বাণীকান্ত বৰুৱাই।

Apply Now

উল্লেখযোগ্য যে মুঠ ২৪ টা প্ৰাধীকৰণত কৰ্মৰত প্ৰায় ৩৫০ গৰাকী শ্ৰমিক কৰ্মচাৰীয়ে বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে আৰু চৰম নিৰাপত্তাহীনতাত ভূগিছে। লগতে সুদীৰ্ঘকাল ধৰি অন্য চৰকাৰী কৰ্মচাৰীৰ দৰে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা আৰু কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীসকলৰ পৰিয়ালৰ বাবে কোনোধৰণ পেন্স্যন, গ্ৰেচ্যুইটি, ভৱিষ্যতনিধিকে ধৰি আনুসাংগিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকা বুলি মঞ্চৰ সভাপতিগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।

‘লখিমপুৰৰ কৰ্মচাৰীয়ে ৪৫ মাহ, দেৰগাঁৱৰ কৰ্মচাৰীয়ে ৩৫ মাহ, ডিব্ৰুগড়ৰ ২৮ মাহ, সোণাৰীৰ ২৬ মাহ, গোৱালপাৰাৰ ৩০ মাহ, কৰিমগঞ্জৰ ৮ মাহ, ধুবুৰীৰ ২২ মাহ, জাগীৰোডৰ ২০ মাহ, শিলচৰৰ ৫ মাহ, বৰপেটাৰ ২৩ মাহ, শিৱসাগৰৰ ২৮ মাহ, নাজিৰাৰ ২৭ মাহ, যোৰহাটৰ ৭ মাহ, তেজপুৰৰ ২ মাহ, কোকৰাঝাৰৰ ৩ মাহ, নলবাৰীৰ ১ মাহ, গোলাঘাটৰ ৫ মাহ, নগাঁৱৰ ৪ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে।‘ এই অভিযোগ বৰুৱাৰ।

ইপিনে অনাগত সময়ছোৱাত বাকী প্ৰাধিকৰণসমূহো একেদৰেই প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হ’ব বুলি আশংকা প্ৰকাশ কৰে বৰুৱাই।

আনহাতে বিভাগীয় মন্ত্ৰী অতুল বৰাক বাৰম্বাৰ সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে দাবী জনাই আহিছে যদিও মন্ত্ৰীগৰাকী কেৱল আশ্বাস দিয়াতে সীমাবদ্ধ থকা বুলিও তেওঁ অভিযোগ কৰে।

‘মন্ত্ৰী অতুল বৰাৰ সৈতে আমি বাৰম্বাৰ আমাৰ দাবীসমূহক লৈ আলোচনাত মিলিত হৈছো যদিও তেওঁ আমাৰ দাবীসমূহ পূৰণ কৰা হ’ব বুলিয়েই আশ্বাস দি আহিছে।‘ সংবাদমেলত বৰুৱাই এইদৰে কয়।

তেওঁ আৰু কয় ‘প্ৰাধিকৰণৰ কাৰ্য্যালয়ৰ আয়ৰ মূল উৎস মাটি বিক্ৰী, হস্তান্তৰ, গৃহ নিৰ্মাণৰ আপত্তি বিহীন প্ৰমাণ-পত্ৰ প্ৰদান কাৰ্যৰ বিপৰীতে সংগৃহীত হোৱা মাচুল সীমিত।‘

ইয়াৰোপৰি, কৰ্মচাৰীসকলৰ অপ্ৰাদেশীকৃত চাকৰি প্ৰাদেশীকৰণকে ধৰি চাকৰিৰ নিৰাপত্তা, অনিশ্চিত দৰমহা, অৱসৰৰ পাছত আৰু কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক পেন্সন, গ্ৰেছুইটি আৰু ভৱিষ্যনিধি আদি প্ৰদান কৰিবৰ বাবে নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী আৰু বিত্ত বিভাগৰ মন্ত্ৰীক দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd