• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টি-২০ বিশ্বকাপ স্থগিত, সংসাৰ চলাবলৈ ডেলিভাৰী বয়ৰ কাম কৰিছে এইজন ক্ৰিকেটাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 3:51 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

40.7k
VIEWS
Share on FacebookShare on Twitter

যদি সকলো ঠিকে থাকিলহেতেন, তেন্তে আজি তেওঁ দেশৰ হৈ বিশ্বকাপ খেলিলেহেতেন। সেয়া হ’লে তেওঁ আজি সংসাৰ চলোৱাৰ কথাও বিশেষভাৱে চিন্তা কৰিবলগীয়া নহ’লহেতেন।

কিন্তু ক’ৰ’না মহামাৰীৰ বাবে চলিত বছৰৰ টি-২০ বিশ্বকাপ স্থগিত কৰা হয়। সেয়ে বৰ্তমান তেওঁৰ হাতত কোনো ক্ৰিকেট মেচ নাই। এই পৰিস্থিতিত সংসাৰ চলাবলৈ নেডাৰলেণ্ডৰ ক্ৰিকেটাৰ পল ভান মিকেৰেনে ঘৰে-ঘৰে গৈ খাদ্য বিতৰণ কৰিব লগীয়া হৈছে।

ক্ৰিকেটাৰ গৰাকীয়ে নিজেই এটা টুইট কৰি এই কথা শ্বেয়াৰ কৰিছিল। কিন্তু তেওঁ লগতে এই কঠিন সময়ত হাঁহিমুখে থকাৰ কথাও কয়।

চলিত মাহতে অষ্ট্ৰেলিয়াত ২০২০ চনৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু মাৰ্চৰ পৰা সমগ্ৰ বিশ্বজুৰি ক’ৰ’না মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত আয়োজকে টি-২০ বিশ্বকাপ বাতিল কৰিছিল।

এইবাৰৰ বিশ্বকাপত আই চি চিৰ এছ’চিয়েট দেশ হিচাপে খেলাৰ সুযোগ পাইছিল নেডাৰলেণ্ড, পাপুৱা নিউ গিনি, আয়াৰলেণ্ড, স্কটলেণ্ড, নামিবিয়া আৰু ওমানে।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশবোৰে নিজৰ মাজত শৃংখলা খেলিলেও নেডাৰলেণ্ড বা এই দেশবোৰে কোনো শৃংখলাত অংশগ্ৰহণ কৰিব পৰা নাই। ফলত ক্ৰিকেটাৰসকলে কোনো মেচ খেলিব পোৱা নাই।

নেডাৰলেণ্ডৰ ক্ৰিকেটাৰ পল ভান মিকেৰেন।

এই পৰিস্থিতিত পল ভান মিকেৰেনে নিজৰ সংসাৰ চলাবলৈ উবেৰ ইটছত ডেলিভাৰী বয়ৰ কাম কৰি আছে।

তেওঁ টুইটযোগে এই কথা জানিবলৈ দি কৈছিল, ‘হয়টো মই এতিয়া ক্ৰিকেট খেলি থাকিলোহেতেন। কিন্তু এতিয়া মই শীতকালত এটা পৰিয়াল চলাবলৈ উবেৰ ইটছত খাদ্য ডেলিভাৰিৰ কাম কৰি আছো। সময় কেনেদৰে সলনি হৈছে। যিহওক হাঁহি থাকক’।

ক্ৰিকেটাৰজনৰ এই কাহিনীটো ভাইৰেল হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত বহু লোকে তেওঁৰ প্ৰতি সমবেদনা প্ৰকাশ কৰিছে।

Should’ve been playing cricket today 😏😢 now I’m delivering Uber eats to get through the winter months!! Funny how things change hahaha keep smiling people 😁 https://t.co/kwVEIo6We9

— Paul van Meekeren (@paulvanmeekeren) November 15, 2020

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd