• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ নীতিহীন কাণ্ড! চাহ বাগিচাৰ হাইস্কুলত যোগ্যতাসম্পন্ন শিক্ষক নিযুক্তি দিয়ক: ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2022 2:04 pm
Representative-image-of-a-tea-garden-school.-570x320

প্রতিনিধিত্বমূলক ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে চাহ বাগিচা এলেকাত ৯৭ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ১৩ খন নতুন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আগন্তক শিক্ষা বৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ লোৱা পদক্ষেপক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফআই)ৰ অসম ৰাজ্যিক কমিটিয়ে আঁদৰণি জনাইছে যদিও ইয়াত নিযুক্তি দিয়া শিক্ষকৰ যোগ্যতাক লৈ প্রশ্ন উত্থাপন কৰিছে।

অভিযোগ উঠা অনুসৰি এই নতুন বিদ্যালয়সমূহত কোনো নতুন শিক্ষক নিযুক্তি দিয়া নাই। অন্য এল পি বা এম ই স্কুলত কৰ্মৰত একাংশ শিক্ষকক এই নতুন বিদ্যালয়লৈ স্থানান্তৰিত কৰিয়ে অসম চৰকাৰে শিক্ষাদানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টোৰ দায়িত্ব সামৰিব বিচাৰিছে।

কেন্দ্ৰীয় শিক্ষা আইন অনুসৰি হাইস্কুলত শিক্ষকতা কৰিবলৈ হ’লে এজন প্ৰাৰ্থীৰ বিএ- বি এড ডিগ্ৰী থকাৰ উপৰি হাইস্কুল টে’ট উত্তীৰ্ণ হোৱাটো অতি প্রয়োজন কিন্তু টে’ট উত্তীৰ্ণতো দূৰৰে কথা বহু শিক্ষক স্নাতক ডিগ্ৰীধাৰীয়ে নহয়।

Apply Now

প্রাপ্ত খবৰ অনুসৰি অসম চৰকাৰে বদলি কৰি নিয়া বহু শিক্ষকৰ সৰ্বোচ্চ ডিগ্ৰী উচ্চতৰ মাধ্যমিক আৰু তেওঁলোকে কোনোবা প্রাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল। কেইবা শতাধিক হাইস্কুল টে’ট উত্তীৰ্ণ প্রাথীয়ে শিক্ষকতাৰ চাকৰি বিচাৰি হাহাকাৰ কৰি থকাৰ সময়তে অসম চৰকাৰে বাগিচা এলেকাত এনে যোগ্যতাহীন শিক্ষকেৰে শিক্ষাদান কৰিবলৈ ওলোৱাটো অতি আশ্চৰ্যকৰ আৰু আইন বিৰুদ্ধ হিচাপে বিবেচিত হৈছে।

আনহাতে, অসম চৰকাৰৰ ‘মাছৰ তেলেৰে মাছ ভজা’ৰ দৰে নীতি লৈ এল পি স্কুলৰ শিক্ষকৰ দৰমহাৰে হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক চলাব বিচাৰিছে। চৰকাৰৰ ঘোষণা অনুসৰি ইতিমধ্যে এল পি-এম ই স্কুলৰ পৰা বদলি কৰা এম এ বা বি এ-বি এড ডিগ্ৰীধাৰী শিক্ষকসকলে হাইস্কুলৰ শিক্ষকৰ হাৰত দৰমহা বা অন্যান্য সা-সুবিধা নাপাব। তেওঁলোকে পূৰ্বে কৰি থকা এল পি বা এম ই স্কুলৰ শিক্ষকৰ মৰ্যদাৰে দৰমহা আৰু অন্যান্য সা-সুবিধা লাভ কৰিব।

এয়া অসম চৰকাৰৰ আইন বিৰোধী আৰু নীতিহীন পদক্ষেপ বুলি ডি ৱাই এফ আইয়ে অভিযোগ কৰিছে। ডি ৱাই এফ আইৰ স্পষ্ট দাবী হ’ল বাগিচা এলেকাত গুণগত শিক্ষা নিশ্চিত কৰাৰ স্বাৰ্থতে উপযুক্ত শিক্ষক নিযুক্তি দিয়ক আৰু অসম চৰকাৰৰ প্রবঞ্চনা বন্ধ কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd