• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ কৃষিভূমি বণিয়াৰ হাতলৈ হস্তান্তৰৰ কৌশলী সিদ্ধান্ত বাতিলৰ দাবী ডি ৱাই এফ আইৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 2, 2020 6:31 pm

2 min read

index

প্ৰতিনিধিত্বমূলক ফটো।

177
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণাযোগে অসমৰ কৃষি ভুমি অ-কৃষি কাৰ্যলৈ হস্তান্তৰ কৰিবলৈ যি সিদ্ধান্তৰ কথা ঘোষণা কৰিছে তাক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ জনাইছে।

এয়া অকল কৃষকৰ বাবেই নহয়, সমগ্ৰ কৃষি ক্ষেত্ৰৰ বাবে ভাবুকি বুলি সংগঠনটোৱে অভিহিত কৰিছে।

কোনো কৃষি ভূমি চৰকাৰী অনুমতি অবিহনে অ-কৃষি কাৰ্যলৈ ৰূপান্তৰিত কৰিব খোজা কাৰ্য অতি ভয়াবহ, ইয়ে ভবিষ্যতে সাধাৰণ ৰাইজৰ ভূমিৰ ওপৰত থকা অধিকাৰত আঘাত হানিব।

ক’ৰ’না মহামাৰীৰ বাবে সৃষ্টি হোৱা ব্যাপক অৰ্থনৈতিক বিপৰ্যয়ৰ অজুহাতত সকলো চৰকাৰী বাধা-নিষেধ উলাই কৰি কৃষি ভুমিসমূহ নিজ ইচ্ছাৰেই অ-কৃষি কাৰ্যলৈ হস্তান্তৰৰ বাবে অসম চৰকাৰে মুকলি কৰি দিছে।

ইতিমধ্যে ৰাজ্যখনৰ বৃহৎ পৰিমানৰ কৃষি ভুমি একাংশ ব্যৱসায়ী আৰু দালালে মিলি অ-কৃষি ক্ষেত্ৰলৈ অবৈধভাৱে হস্তান্তৰিত কৰিছে।

ইয়াৰ ফলত কৃষি ভুমি সংকোচিত হৈ কৃষি ক্ষেত্ৰলৈ ভাবুকি নামি আহিছে।

পুনৰ চৰকাৰীভাৱে কৃষি ভুমি অ-কৃষি কাৰ্যলৈ হস্তান্তৰিত কৰাৰ অনুমতি দিয়াৰ ফলত বৃহৎ সংখ্যক কৃষি ভুমি ব্যৱসায়ীৰ হাতলৈ গুচি যোৱাতো নিশ্চিত হৈছে বুলি সংগঠনটোৱে দাবী কৰে।

সংগঠনটোৱে কয় যে ইয়াৰ ফলস্বৰূপে বহু কৃষকে ভুমি হেৰুৱাৰ উপক্ৰম হ’ব আৰু ৰাজ্যখনৰ কৃষিৰ ওপৰত থকা স্বনিৰ্ভৰতাও হেৰুৱাব।

ইতিমধ্যে বহু কৃষি ভূমিত উদ্যোগ স্থাপন কৰিম বুলি লোৱাৰ পাছতো কোনো উদ্যোগ স্থাপন হোৱা নাই অথচ সেই কৃষি ভূমি উদ্যোগপতিৰ ব্যক্তিগত সম্পত্তি হিচাপেই হস্তগত হৈছে বুলি দাবী কৰে সংগঠনটোৱে।

সেয়েহে, এই ভয়ংকৰ কৃষি আৰু কৃষক বিৰোধী সিদ্ধান্ত তৎকালে বাতিল কৰিবলৈ ডি ৱাই এফ আয়ে দাবী কৰিছে।

Recent News

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd