• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত ৰৈ যোৱা আসোঁৱাহ দূৰ কৰাৰ দাবীত ৰাজ্যপালক সাক্ষাৎ ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2023 7:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৪১,৭০৩ টা খালী পদৰ নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা আসোঁৱাহ দূৰ কৰাৰ লগতে নিযুক্তি প্ৰক্ৰিয়াত হোৱা অনিয়মৰ তদন্ত বিচাৰি আজি অসমৰ ৰাজ্যপালক সাক্ষাত কৰিলে ভাৰতৰ যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) ৰ অসম ৰাজ্যিক কমিটিয়ে। 

ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস, যুটীয়া সম্পাদক নিৰংকুশ নাথ, দুই নিযুক্তি বঞ্চিত প্ৰাৰ্থী প্ৰাণজ্যোতি নাথ আৰু পাৰ্থপ্ৰতীম বৰ্মনে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে নিযুক্তি প্ৰক্ৰিয়াৰ আসোঁৱাহ সম্পৰ্কত আলোচনা কৰে। 

Apply Now

এক দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তন্ত যোৱা ২৫ জুন তাৰিখে ৪১,৭০৩ টা খালী পদৰ বিপৰীতে নিযুক্তি পত্ৰ প্ৰদান কৰে। কিন্তু এই প্ৰক্ৰিয়াত অভাৰলেপিং হৈ প্ৰায় আধা সংখ্যক পদেই পূৰণ নহ’ল। ফলত বহু যুৱক-যুৱতী চাকৰি লাভৰ পৰা বঞ্চিত হয়। তাৎপৰ্যপূৰ্ণ কথা হ’ল চৰকাৰে আজিলৈ কিমান সংখ্যক প্ৰাৰ্থীয়ে চাকৰিত যোগদান কৰিলে আৰু কিমান সংখ্যক পদ খালী হৈ ৰ’ল তাৰ সবিশেষ তথ্য প্ৰকাশ নকৰিলে।

ইয়াৰ উপৰি চতুৰ্থ বৰ্গৰ পদৰ বাবে সৰ্বোচ্চ শিক্ষাগত যোগ্যতা আছিল উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। কিন্তু এতিয়া পোহৰলৈ আহিছে যে বৃহৎ সংখ্যক উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে কম অৰ্হতা দেখুৱাই নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। আশ্চৰ্যকৰ কথা হৈছে চতুৰ্থ বৰ্গৰ পদত এম এ, এম এচ চি আৰু এম কম ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে আৱেদন কৰি চাকৰি ল’বলৈ সক্ষম হৈছে। ইয়াৰ ফলত চতুৰ্থ বৰ্গৰ পদৰ প্ৰকৃত যোগ্যতাধাৰী প্ৰাৰ্থীসকল বঞ্চনাৰ বলি হ’বলগীয়া হৈছে।

অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ আন এক চিন্তনীয় দিশ হৈছে, চৰকাৰে আজিলৈ প্ৰাৰ্থীসকল নাম তালিক আৰু প্ৰাপ্ত নম্বৰ প্ৰকাশ নকৰিলে। স্বচ্চ আৰু নিকা নিযুক্তিৰ কথা কোৱা চৰকাৰখন নিযুক্তিৰ নামত যে অস্বচ্চ পদ্ধতি অবলম্বন কৰিছে সেয়া এই ঘটনাই প্ৰমাণ কৰিছে। ইয়াৰ মাজেৰে স্বজন তোষণৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে। 

এই সমগ্ৰ অনিয়মৰ তদন্ত কৰা আৰু ৰৈ যোৱা আসোঁৱাহ দূৰ কৰাৰ বাবে চৰকাৰক হেঁ‌চা দিবলৈ ৰাজ্যপালক সাক্ষাৎ কৰা হয়। ৰাজ্যপাল শ্ৰদ্ধাৰ গোলাপ চান্দ কাটাৰিয়াই প্ৰতিনিধি দলটোৰ লগত মনযোগেৰে আলোচনা কৰি অভিযোগসমূহৰ বিষয়ে বুজ লয় আৰু আজিয়ে মুখ্যমন্ত্ৰী আৰু নিযুক্তি বৰ্ডলৈ পত্ৰ প্ৰেৰণ কৰিব বুলি আশ্বাস দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd