• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

DYFI protest বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ যাত্ৰী পৰিসেৱাসমূহ কৰ্তনৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
June 27, 2022 6:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ সংস্কাৰৰ নামত যাত্ৰী পৰিসেৱা ব্যাপক কৰ্তনৰ বিৰুদ্ধে আৰু ষ্টেচনৰ দুয়োফালৰ নাগৰিকৰ যাতায়াতৰ বাবে উপ পথ নিৰ্মাণৰ দাবী দেওবাৰে ডি ৱাই এফ আইৰ বঙাইগাঁও – চিৰাং জিলা কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ সন্মুখত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে গুৰুত্বপূৰ্ণ যাত্ৰী পৰিসেৱা যেনে ৰে’লৱে অনুসন্ধান কেন্দ্ৰ বন্ধ কৰা, আৰপিএফ ষ্টেচনৰ স্থানান্তৰ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে অৱধ আসাম এক্সপ্ৰেছ আৰু কাঞ্চনঝংঘা এক্সপ্ৰেছ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ৰখোৱা আদিৰ দাবী জনায় ৷

Apply Now

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৰ ৰাজ্যিক সভাপতি ৰুস্তম আলী জিলাৰ সভাপতি শুভাংকৰ ঘোষ, সম্পাদক ৰকিবুল ইছলাম আকন্দ, ধন ভৰালী অনিৰ্বাণ দাসৰ সজাতি দলে বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ ষ্টেচন অধীক্ষকৰ জৰিয়তে এন এফ ৰে’লৱেৰ মহাপ্ৰৱন্ধকক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। লগতে ১ নং আৰু ২ নং ফাগুনাগাঁৱৰ ৰে’ল পথৰ উত্তৰ পাৰে সষ্টি হৈ অহা কৃত্ৰিম বান পানীৰ সমস্যাটো সমাধানৰ দাবীও জনায় ৷

সংগঠনটোৱে অভিযোগ কৰা মতে ভাৰতীয় ৰে’ল বিভাগে ৰে’ল পথটো মিটাৰ গজৰ পৰিৱৰ্তে ব্ৰড গজলৈ উন্নীত কৰাৰ পৰাই প্ৰায় ৩৬ বছৰৰো অধিক সময়জুৰি বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ১ আৰু ২ নং ফাগুনাগাঁৱৰ ৰে’ল পথৰ উত্তৰ পাৰে বসবাস কৰা ২০০ তকৈ অধিক পৰিয়াল এজাক বৰষুণতে সৃষ্টি হোৱা কৃত্ৰিম বানৰ কবলত পৰি আহিছে ৷ সেয়ে এই কৃত্ৰিম বান পানীখিনি নিষ্কাষণ কৰাৰ দাবীৰেও এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে ৷

ডি ৱাই এফ আইৰ বঙাইগাওঁ – চিৰাং জিলা কমিটিৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধ শতাধিক লোকে অংশ গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd