• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিকল্প অবিহনে পদপথৰ ব্যৱসায়ীক উচ্ছেদ কৰা চৰকাৰৰ অমানৱীয় কাৰ্যক ধিক্কাৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2024 12:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিকল্প অবিহনে পদপথৰ ব্যৱসায়ীক উচ্ছেদ কৰা বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অমানৱীয় কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ‍্যিক কমিটিয়ে। তেওঁলোকে অনতিপলমে বিকল্প ঠাইত ভুক্তভোগীক স্থায়ীভাৱে সংস্থাপন দিয়াৰ দাবী জনাইছে।

গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটিলৈ ৰূপান্তৰিত কৰা প্ৰতিশ্ৰুতিৰে ডিঙিৰ সিৰ ফুলাই আস্ফালন কৰা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অতি নির্মমভাবে চহৰ খনত খাটি খোৱা একাংশৰ জীৱিকাৰ প্ৰতি ভাবুকি নমাই আনিবলৈ কুণ্ঠাবোধ নকৰিলে।

Apply Now

 ATDC/৩৫০৮/২০২৩/২৮৭ সংখ্যক অসম পৰ্যটন উন্নয়ন নিগমৰ(ATDC)ৰ এখন জাননী পত্ৰ অনুযায়ী সৌন্দৰ্য্য আৰু ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত দীঘালীপুখুৰীপাৰৰ খাওঁ গলিৰ পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰাৰ বাবে গুৱাহাটী পৌৰনিগমলৈ অনুৰোধ জনোৱা হয়। উল্লেখ্য যে গুৱাহাটী পৌৰনিগমে কোনো ধৰণৰ জাননী জাৰী নকৰাকৈ ২৬/১১/২০২৪ তাৰিখে ৰাতি ১০ বজাৰ পাছত উচ্ছেদ অভিযান চলায়।

বিড়ম্বনাৰ বিষয়টো হৈছে যি আইনৰ অধীনত এই ব্যৱসায়ী সকলক উচ্ছেদ কৰা হৈছে সেই আইন খন প্ৰকৃততে তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত হে ২০১৪ চনত ৰূপায়ন হৈছিল। Street Vendors (Protection of Livelihood and Regulation of Street Vending) আইনৰ ৩(১) অনুচ্ছেদ অন্তৰ্গত টাউন ভেন্দিং কমিটিয়ে এক সমীক্ষণ কৰিব লাগে। এই সমীক্ষণৰ ফলত পদপথ ব্যৱসায়ী সকলৰ বাবে উক্ত আইনৰ অনুসূচি ২ৰ অধীনত টাউন ভেণ্ডিং কমিটিয়ে তেওঁলোকৰ সুবিধাৰ্থে বিভিন্ন আঁচনি গ্ৰহণ কৰিব পাৰে যত ভেণ্ডিং জ’নৰ আন্তঃগাথনি নিৰ্মানকে ধৰি প্ৰমাণ পত্ৰ প্ৰেৰণ কৰা দৰে বিষয় বস্তু সন্নিবিষ্ট হৈ আছে।

উপৰোক্ত আইনখনৰ অনুচ্ছেদ ৩৬(১) আৰু (২)ৰ অধীনত অসমতো ২০১৬ চনত Assam Street Vendors Protection of Livelihood and Regulation of Street Vending) Rules অনা হৈছিল যদিও আজি পৰ্যন্ত অসমৰ পদপথ ব্যৱসায়ীসকলে কোনো ধৰণৰ আঁচনিৰ সা-সুবিধা পোৱা দেখা নগ’ল।

দৰাচলতে যিখিনি সময়ত পৃথিৱীৰ উন্নত ৰাষ্ট্ৰ সমূহে পদপথ ব্যৱসায়ক পৰ্যটনৰ তথা অৰ্থনীতিৰ উন্নয়নৰ এক গুৰুত্বপূৰ্ণ দিশ হিচাপে চিহ্নিত কৰিছে তেনে স্থলত চৰকাৰে তেওঁলোকক চৰম অবহেলা কৰাৰ উপৰিও অন্যায় হে কৰিছে। সেয়েহে, ডি ৱাই এফ আইয়ে পদপথ ব্যৱসায়ী সকলৰ বাবে বিকল্প প্ৰদান কৰা তথা উপৰোক্ত আইনৰ সঠিক ৰূপায়নৰ দাবী জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd