• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এছ এছ চি পৰীক্ষাত বৃহৎ জালিয়তিৰে অসমৰ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2023 8:45 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত  অসমৰ স্থায়ী বাসিন্দাৰ ভূৱা পৰিচয়ৰে বহিঃৰাজ্যৰ  হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে আৱেদন কৰি লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি  গুৰুতৰ অভিযোগ উঠিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে এই ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু তৎকালে সমগ্ৰ ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে। 

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ অন্তৰ্গত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ), কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), সশস্ত্র সীমা বল(এছ এছ বি), কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চি আই এছ এফ), আছাম ৰাইফলছ, বিশেষ নিৰাপত্তা বাহিনী (এছ এছ এফ), নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰ’ (এন চি বি) আদি বিভাগৰ বিভিন্ন পদৰ বাবে এছ এছ চি (ষ্টাফ চিলেকচন কমিছনে সমগ্ৰ দেশতে পৰীক্ষা অনুষ্ঠিত কৰিছে।

Apply Now

ষ্টাফ ছিলেকচন কমিছনে প্রতিখন ৰাজ্যতে উক্ত পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। প্ৰতিখন ৰাজ্যৰ বাবে সুকীয়াকৈ পদৰ সংখ্যা ভাগ কৰি অর্থাৎ সংৰক্ষণৰ ব্যৱস্থা কৰি পৰীক্ষা অনুষ্ঠিত কৰে। এইবাৰ অসমৰ প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত পদৰ সংখ্যা হৈছে ৩,৪৮৭ টা। উক্ত পদৰ বিপৰীতে ৰাজ্যখনৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা পৰীক্ষাত অৱতীর্ণ হয়। 

অসমত যোৱা ১০ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ ৰাজ্যখনৰ বিভিন্ন কেন্দ্ৰত লিখিত পৰীক্ষা অনুষ্ঠিত হয়। লিখিত পৰীক্ষাত উত্তীৰ্ণ সকলৰ মাজৰ পৰা ১ মে’ৰ পৰা ১৪ মে’লৈ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰে। শাৰীৰিক পৰীক্ষাত উত্তীর্ণ হোৱাসকলে অহা ১৭ জুলাইৰ পৰা মেডিকেল পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। মেডিকেল পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থী অৰ্থাৎ লিখিত আৰু শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ নাম তালিকা যোৱা ৩০ জুনত এছ এছ চিয়ে তেওঁলোকৰ ৱেবছাইটযোগে 

প্রকাশ কৰে। এই তালিকাখনত মেডিকেল পৰীক্ষাৰ বাবে বাছনি হোৱা প্ৰাৰ্থীসকলৰ নাম প্ৰত্যক্ষ কৰিয়ে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে আৱেদন কৰা বিষয়টো পোহৰলৈ আহে। এই প্ৰাৰ্থীসকলে ভূৱা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, ভূৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি অসমৰ স্থায়ী বাসিন্দা বুলি ভূৱাৱ পৰিচয় দি সংৰক্ষিত কোটাত আৱেদন কৰিছে। ইয়াৰ ফলত অসমৰ প্ৰাৰ্থীসকল যে বঞ্চিত হ’ব সেয়া নিশ্চিত হৈ পৰিছে। ৰাজ্যখনৰ লাখ লাখ নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে এই ঘটনা খুবে উদ্বেগজনক।

      বিজেপি দল, অসমৰ মুখ্যমন্ত্ৰী আৰু অন্য নেতা-মন্ত্ৰীসকলে খিলঞ্জীয়াৰ সুৰক্ষা (!) বাবে কাম কৰা বুলি লম্ফজম্ফ কৰি থকাৰ সময়তে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে অসমৰ কোটাত আৱেদন কৰি চাকৰি ল’বলৈ ওলাইছে। আচৰিত কথা হৈছে প্ৰাথমিক শিক্ষকৰ পদকে ধৰি কেন্দ্ৰীয় বাহিনীৰ বাবে সংৰক্ষিত কোটালৈ, সকলোতে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে আৱেদন কৰা বুলি ধাৰাবাহিক অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বিজেপি দল আৰু চৰকাৰে বিষয়টোক লৈ মৌনতা অবলম্বন কৰিছে।  

 ডি ৱাই এফ আইয়ে ৰাজ্য চৰকাৰৰ দূৰ্বলতা আৰু প্ৰয়োজনীয় পদক্ষেপৰ অভাৱতেই এই ঘটনা ঘটিবলৈ পাইছে বুলি মত প্ৰকাশ কৰিছে আৰু শীঘ্ৰে অসমৰ যুৱক-যুৱতীৰ স্বাৰ্থ বিৰোধী সিদ্ধান্ত বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd