• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আশংকাই সঁচা হ’ল! বিধ্বংসী ভূমিকম্পত তুৰস্ক-চিৰিয়াত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2023 10:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্দোগানৰ আশংকাই সত্য হ’ল। ভূমিকম্প বিধ্বস্ত দুই দেশত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে। ৬ ফেব্ৰুৱাৰীত ৰিখটাৰ স্কেলত ৭.৮ জোখৰ ভূমিকম্পই তুৰস্ক আৰু চিৰিয়াৰ বৃহৎ অংশত আঘাত কৰিছিল। ভূমিকম্পৰ ফলত দুয়োখন দেশৰ ঘৰ-বাৰীসমূহ তাচপাতৰ ঘৰৰ দৰে খহি পৰিছিল। ধ্বংসস্তূপত বহুলোক সমাধিস্থ হৈছিল।

তেতিয়াৰ পৰা মৃত্যুৰ সংখ্যা বাঢ়ি আহিছে। সেই সংখ্যা এতিয়া ৫০ হাজাৰ অতিক্ৰম কৰিছে। এৰ্দোগানে আগতে আশংকা প্ৰকাশ কৰিছিল যে ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিব।

কেৱল তুৰস্কতে ৪৪ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। চৰকাৰী তথ্য অনুসৰি, ভূমিকম্পৰ ফলত দেশখনত এতিয়ালৈকে ৪৪,২১৮ জন লোকৰ মৃত্যু হৈছে। চিৰিয়াত ৫,৯১৪ জন লোকৰ মৃত্যু হৈছে। তুৰস্কৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কয় যে ভূমিকম্পটো সংঘটিত হোৱাৰ ১৯ দিন হ’ল। প্ৰচণ্ড শীতপ্ৰবাহ, ঠাণ্ডা আৰু বৰফৰ মাজত উদ্ধাৰ কাৰ্য অব্যাহত ৰখাটো কঠিন। তথাপি তেওঁলোকে হাৰ মানিবলৈ সাজু নহয় বুলি জনায়।

Apply Now

যোৱা ৬ ফেব্ৰুৱাৰীৰ ভূমিকম্পৰ পিছত তুৰস্ক আৰু চিৰিয়া ১০০ বাৰতকৈও অধিক আফটাৰশ্বকৰ দ্বাৰা জোকাৰি গৈছে। দুয়োখন দেশৰ বিস্তীৰ্ণ অঞ্চল এতিয়া কেৱল ধ্বংসস্তূপ। ৰাষ্ট্ৰসংঘই অনুমান কৰিছে যে কেৱল তুৰস্কতে ২,৬৪,০০০ ঘৰ খহি পৰিছে। চিৰিয়াত কমেও ৫০,০০০ ঘৰ খহি পৰাৰ অনুমান কৰা হৈছে। ধ্বংসাৱশেষৰ তলত আৰু কিমান হাজাৰ লোক সমাধিস্থ হৈছে তাৰ কোনো পৰিসংখ্যা নাই।

ভূমিকম্প বিধ্বস্ত দেশ দুখনত এতিয়া কেৱল আত্মীয়সকলৰ চকুপানী। লাখ লাখ লোকৰ চিকিৎসালয়ত চিকিৎসা চলি আছে। আন্তৰ্জাতিক সাহায্য সংগঠনবোৰে জীয়াই থকা সকলকো খাদ্য, খোৱা পানী আৰু ঔষধ প্ৰদান কৰিবলৈ প্ৰাকৃতিক কাৰণত বাধাৰ সন্মুখীন হৈছে। ঘৰ হেৰুওৱা বহুলোকে পৰ্যাপ্ত খাদ্য আৰু পানী অবিহনে ৰাস্তাত দিন কটাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

August 22, 2026 11:04 am
ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd