• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইণ্ডোনেছিয়াত ভূমিকম্প; ১০ গৰাকী লোকৰ মৃত্যু পাঁচ শতাধিক আঘাতপ্ৰাপ্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 15, 2021 11:59 am

1 min read

ইণ্ডোনেছিয়াত ভূমিকম্প; ১০ গৰাকী লোকৰ মৃত্যু পাঁচ শতাধিক আঘাতপ্ৰাপ্ত
140
VIEWS
Share on FacebookShare on Twitter

ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপত অহা ৬.২ প্ৰাবল্যৰ এটা ভূমিকম্পৰ ফলত অতিকমেও ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে পাঁচ শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে।

দেশখনৰ বতৰ বিজ্ঞান বিভাগে ভূমিকম্পটোৰ ফলত আৰু অধিক লোকৰ মৃত্যু হোৱাৰ লগতে সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে, ভূমিকম্পৰ পাছত ছুনামি আহিব পৰাৰো শংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

বৃহস্পতিবাৰে নিশা ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ পাছত আতংকিত হৈ পৰা জনসাধাৰণ ঘৰৰ বাহিৰলৈ ওলাই আহে আৰু ওখ ঠাইত অৱস্থান কৰে।

পশ্চিম চুলাৱেছি চৰকাৰৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি দ্বীপটোৰ মাজেনেত ১০ গাৰকী লোকৰ ভূমিকম্পৰ ফলত পোৱা আঘাতত মৃত্যু হৈছে।

ইতিমধ্যে দেশখনৰ উদ্ধাৰকাৰী বাহিনীয়ে অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ইণ্ডোনেছিয়াৰ চৰকাৰে ইতিমধ্যে দেশখনৰ জনসাধাৰণক ছুনামিৰ বাবেও সতৰ্ক কৰি দি সাগৰৰ পাৰলৈ নাযাবলৈ নিৰ্দেশনা জাৰি কৰিছে।

Recent News

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

1000_1200x768

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙত ৪৭ বিৰোধী নেতাক গ্ৰেপ্তাৰ চীন নিয়ন্ত্ৰাধীন কৰ্তৃপক্ষৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd