• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উঃপূৱত ইটোৰ পিছত সিটো ভূমিকম্প : নাগালেণ্ডকে ধৰি উত্তৰ পূৱক পুনৰ জোকাৰি গ’ল ভূমিকম্পই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2020 10:19 am
quakemap5995795
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ এক ভূকম্পনে জোকাৰি গৈছে উত্তৰ পূৰ্বাঞ্চলক।

দেওবাৰে(আজি) পুৱা স্থানীয় সময় ৮.২৯ বজাত ভূগৰ্ভৰ ২৩ কিলোমিটাৰ গভীৰত উৎপত্তি হোৱা ভূমিকম্পটোৰ অভিকেন্দ্ৰ হৈছে উত্তৰ পূৱৰ ৰাজ্য নাগালেণ্ড।

Apply Now

৪.৫ মেগনিটিউড প্ৰাৱল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ নগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাৰ পৰা ৮৮ কিলোমিটাৰ দূৰত্বৰ টুৱেনচাঙৰ সমীপত।

ইৰোপীয়ান-ভূমধ্যসাগৰীয় ভূকম্পবিদ্যাৰ চেন্টাৰে (EMSC) জনোৱা অনুসৰি ভূমিকম্পটোৰ প্ৰকৃত অভিকেন্দ্ৰ হৈছে টুৱেনচাঙৰ পৰা ৭ কিলোমিটাৰ নিলগত।

ভূমিকম্পটোৱে নাগালেণ্ডৰ টুৱেনচাং মুক’কচাং, জুনহেব’ত’, ৱাখা আৰু কোহিমাসহ অসমৰ মৰিয়ণি, যোৰহাট, শিৱসাগৰ আদিকো কঁপাই যায়।

অৱশ্যে ভূকম্পনৰ ফলত কোনা ধৰণৰ ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।

উল্লেখ্য যে নৱেম্বৰ মাহতো ছোগা-চোৰোকাকৈ উত্তৰ পূৱত কেবাটাও ভূমিকম্পই অঞ্চলটোক জোকাৰি গৈছে।

যোৱা ১৪ নৱেম্বৰতো দিনৰ ২.২৩ বজাত এক মৃদু প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গৈছিল গুৱাহাটীকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলক।

ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল মিজোৰামৰ চাম্পাই জিলাৰ ভূগৰ্ভৰ ৩০ কিলোমিটাৰ গভীৰত। ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৫.২।

১৩ নৱেম্বৰৰ কাহিলী পুৱাতেও ৩.৭ৰিখটাৰ স্কেলৰ এটা মজলীয়া ভূমিকম্পই অসমৰ বিভিন্ন অঞ্চল জোকাৰি যায়।

ভূমিকম্পটোৱে বিশেষকৈ কাৰ্বি আংলং, ডিমা হাচাও আৰু গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল তথা নাগালেণ্ডৰ ডিমাপুৰকে ধৰি কেইবাটাও অঞ্চল জোকাৰি গৈছিল।

ভূমিকম্পটোৰ অভিকেন্দ্ৰ নাগালেণ্ডৰ ডিমাপুৰৰ ৬১ কিলোমিটাৰ উত্তৰ দিশত আছিল আৰু ইয়াৰ গভীৰতা আছিল ভূপৃষ্ঠৰ ১১ কিলোমিটাৰ গভীৰতাত।

৩ নৱেম্বৰৰ সন্ধিয়া ৫ বাজি ২৮ মিনিটত ৩.৫ মেগনিটিউডৰ এক ভূমিকম্পই কৰিমগঞ্জকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল জোকাৰি গৈছিল।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ বৰাক উপত্যকাৰ কৰিমগঞ্জ।

ভূমিকম্পটোৰ উৎপত্তিস্থল ভূপৃষ্ঠৰ ২০ কি. মি. গভীৰতাত আছিল।

সেইদৰে ২ নৱেম্বৰৰ নিশাও ১ বাজি ১৩ মিনিটত ৪.৪ মেগনিটিউডৰ এক ভূমিকম্পই গুৱাহাটীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল জোকাৰি গৈছিল।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সেই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ নংছটইনৰ পৰা প্ৰায় ২২ কিলোমিটাৰ আঁতৰত।

ভূমিকম্পটোৰ অভিকেন্দ্ৰৰ পৰা শ্বিলঙৰ দূৰত্ব ৭৫ কিলোমিটাৰ পশ্চিম দিশত আৰু গুৱাহাটীৰ দূৰত্ব ৮১ কি:মি: দক্ষিণ-পশ্চিম দিশত আছিল।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সঘনাই সংঘটিত হৈ থকা ভূমিকম্পই স্বাভাৱিকতে ইয়াৰ জনসাধাৰণক উদ্বিগ্ন কৰি ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd