• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী প্ৰচাৰত কৰিব নোৱাৰিব এইবোৰ কাম; ৰাজনৈতিক দলসমূহলৈ আয়োগৰ নিৰ্দেশনা জাৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2024 7:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত লোকসভা নিৰ্বাচন। এতিয়া মাত্ৰ তাৰিখ ঘোষণাৰ বাবে অপেক্ষা। ইতিমধ্যে সকলো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছে। আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি আছে। এই সকলোবোৰৰ মাজতে ৰাষ্ট্রীয় নির্বাচন আয়োগে সকলো ৰাজনৈতিক দল, প্রার্থী আৰু তাৰকা প্রচাৰকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷ আয়োগে কৰণীয় আৰু কৰিব নলগাৰ তালিকাও প্ৰকাশ কৰিছে।

নিৰ্দেশনাত ভোটাৰৰ জাতিগত বা ধৰ্মীয় আৱেগৰ ভিত্তিত মন্তব্য দিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে। দুটা ভিন্ন জাতি, গোট বা ধৰ্মীয় বা ভাষিক জনগোষ্ঠীৰ মাজত উত্তেজনা বৃদ্ধি কৰা বা ঘৃণাক উচটনি দিয়া কোনো কাম কৰিব নোৱাৰিব।

লগতে পঢ়কঃ INDIAত সকাহঃ মহাৰাষ্ট্ৰত আসন ভাগ-বতৰাত মহা বিকাশ আঘাড়ীৰ সেউজ সংকেত

Apply Now

ভোটাৰক বিপথে পৰিচালিত কৰিবলৈ কোনো বাস্তৱিক ভিত্তি নথকা কোনো ধৰণৰ ভুৱা মন্তব্য বা বক্তব্য দিব নোৱাৰিব। ৰাষ্ট্রীয় নির্বাচন আয়োগে প্রমাণিত নোহোৱা কোনো অভিযোগক লৈ কোনো ৰাজনৈতিক দল বা কোনো নেতাক আক্রমণ নকৰিবলৈ পৰামৰ্শ দিছে ৷

আনহাতে, আন আন দলৰ নেতাসকলৰ ব্যক্তিগত জীৱন সন্দৰ্ভত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে আয়োগে। কেৱল আন পক্ষক অপমান কৰিবলৈকে কৰা ব্যক্তিগত আক্ৰমণ যে কেতিয়াও বাঞ্ছনীয় নহয় তাকেই সোঁৱৰাই দিছে।

লগতে পঢ়কঃ ফ্লপ শ্ব’ত পৰিণত হ’ল নেকি মিছন বসুন্ধৰা ? চাহ জনগোষ্ঠী, আদিবাসী আৰু মৰাণ-মটক জনগোষ্ঠীৰ লোকক বঞ্চিত কৰিছে চৰকাৰে

নিৰ্বাচন আয়োগে জনোৱা মতে কোনো মন্দিৰ, মছজিদ, গীৰ্জা বা গুৰদ্বাৰা বা আন কোনো ধৰ্মীয় স্থান প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ সময়ত ৰাজনৈতিক দল আৰু নেতাসকলক সাৱধান হ’বলৈও পৰামৰ্শ দিছে আয়োগে। আনটো দলৰ নেতা বা দলক অপমান কৰিবলৈ কোনো আপত্তিজনক বিষয়বস্তু ছ’চিয়েল মিডিয়াত পোষ্ট বা শ্বেয়াৰ কৰিব নোৱাৰিব বুলি আয়োগে নিৰ্দেশনাত স্পষ্ট কৰি দিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

June 11, 2026 9:11 pm
১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

June 11, 2026 9:07 pm
উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

June 11, 2026 8:27 pm
পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

June 11, 2026 7:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

June 11, 2026 9:11 pm
১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

June 11, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd