• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ সংক্ষিপ্ত বিৱৰণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2023 7:06 pm
119
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰে।

‘চূড়ান্ত তালিকাখন এক অধিসূচনা হিচাপে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ গেজেটত প্ৰকাশ কৰা হৈছে। 

Apply Now

নিৰ্বাচনী আয়োগে দিয়া বিবৃতি অনুসৰি, ২০২৩ চনৰ জুলাই মাহত গুৱাহাটীত প্ৰস্তাৱৰ খচৰাৰ সম্পৰ্কে হোৱা তিনিদিনীয়া ৰাজহুৱা শুনানি আৰু ২০২৩ চনৰ মাৰ্চ মাহত প্ৰতিবেদনৰ খচৰা প্ৰস্তুত কৰাৰ পূৰ্বে হোৱা প্ৰি-মিটিং অনুসৰি এই তালিকা প্ৰস্তুত কৰা হৈছে।

নতুন তালিকা অনুসৰি, অসমত বিধানসভাৰ আসনৰ সংখ্যা ১২৬ আৰু অসমত লোকসভাৰ আসনৰ সংখ্যা ১৪ খন ৰখা হৈছে।

অনুসূচিত জাতি (SC)ৰ বাবে বিধানসভাত ৯খন আসন আৰু লোকসভাত এখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে। 

মুঠ ১৯টা বিধানসভা সমষ্টি আৰু দুটা সংসদীয় সমষ্টি অনুসূচিত জনজাতি (ST)ৰ বাবে সংৰক্ষিত কৰা হৈছে।

ভাৰতীয় সংবিধানৰ ৩৩০ আৰু ৩৩২ নং অনুচ্ছেদত উল্লেখ কৰা নীতিৰ  ভিত্তিত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সমষ্টি সংৰক্ষণ কৰা হৈছে বুলি নিৰ্বাচনী আয়োগে উল্লেখ কৰিছে।  

এই চূড়ান্ত তালিকাত ১৯টা বিধানসভা সমষ্টি আৰু এটা সংসদীয় সমষ্টিৰ নতুন নামকৰণ কৰা হৈছে।

জনসাধাৰণৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি এটা সংসদীয় আৰু কিছু বিধানসভা সমষ্টিয়ে যুটীয়া নাম পায় যেনে, দৰং-ওদালগিৰি, হাজো- শুৱালকুছি, বকো-ছয়গাঁও, নগাঁও- বটদ্ৰৱা, ভৱনীপুৰ- সৰভোগ, আলগাপুৰ- কাটলিচেৰা ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ নতুন তালিকা অনুসৰি বিধানসভাত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত  আসন ৮ৰ পৰা ৯ খনলৈ বৃদ্ধি কৰা হৈছে; আনহাতে অনুসূচীত জনজাতিৰ বাবে বিধানসভাৰ সংৰক্ষিত আসনৰ সংখ্যা আসন ১৬ৰ পৰা ১৯খনলৈ বৃদ্ধি কৰা হৈছে।

পশ্চিম কাৰ্বি আংলং জিলাৰ স্বায়ত্তশাসিত জিলাসমূহত বৃদ্ধি কৰা হৈছে এখন বিধানসভাৰ আসন। আনহাতে, বডোলেণ্ডত বিধানসভা সমষ্টিৰ সংখ্যা ১১ৰ পৰা ১৫টালৈ বৃদ্ধি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

October 26, 2026 8:37 am
ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

October 26, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd