• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে হিমন্তৰ বৈঠক; ক্লাছ ক্ষতি কৰি কৰিব নোৱাৰিব আন্দোলন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 22, 2020 4:55 pm
Himanta Biswa Sharma

হিমন্ত বিশ্ব শৰ্মা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰে।

Apply Now

সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ হোষ্টেল মাছুল ৰেহাই কৰা সন্দৰ্ভত অধ্যক্ষ সকলৰ সৈতে আলোচনা কৰে বুলি জানিবলৈ দিয়ে।

জ্ঞান দীপিকা আঁচনিৰ অধীনত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলক মাহে ৭০০ টকাকৈ ১০ মাহৰ বাবে মুঠ ৭০০০ টকা আগবঢ়োৱা হ’ব বুলি হিমন্তই জানিবলৈ দিয়ে।

অহা ১০ ফেব্ৰুৱাৰিৰ পূৰ্বে ছাত্ৰ-ছাত্ৰী সকলৰ বেংক একাউণ্টত এই টকাখিনি জমা কৰোৱা হ’ব বুলি কৈ হিমন্তই পাছলৈ শিক্ষা বিভাগে এই টকাৰ পৰিমান ৭০০ টকাৰ পৰিৱৰ্তে ১৪০০ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি উল্লেখ কৰে।

এই আঁচনিখনে প্ৰাৰম্ভিক অৱস্থাত ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব বুলিও শিক্ষা মন্ত্ৰী গৰাকীয়ে কয়।

আনহাতে, শিক্ষক সকলে আন্দোলনত অংশলোৱা সম্পৰ্কত মত ব্যক্ত কৰি হিমন্তই কয়, ‘‘শিক্ষক সকলে যদি দেওবাৰ বা বন্ধ বাৰত আন্দোলনত অংশ লয় তেন্তে দৰমহা কৰ্তন নহয় কিন্তু ক্লাছ নকৰি আন্দোলন কৰিলে দৰমহা কটা যাব।’’

‘‘ক্লাছ ক্ষতি নকৰাকৈ ‘কা’ৰ বিৰোধিতা কৰে, আন্দোলন কৰে তাত মোৰ ক’বলগীয়া একো নাই, ইয়াত একনায়কত্ব খটাব নাযও,’’ হিমন্তৰ মন্তব্য।

আনহাতে, ঠিক সেইদৰে বিষয়া, কৰ্মচাৰী সকলেও কাৰ্যালয়ৰ সময়ত আন্দোলন কৰিব নোৱাৰিব বুলি হিমন্তই সংবাদমেলত কয়।

বৰ্তমানলৈ উচ্চতম ন্যায়ালয়ৰ পৰা নাগৰিকত্ব (সংশোধন) আইন সন্দৰ্ভত একো নিৰ্দেশনা অহা নাই বুলি হিমন্তই সংবাদমেলত উল্লেখ কৰি শুনানিৰ অন্তত ন্যায়ালয়ে যি ৰায় দিয়ে তাত তেওঁলোক সন্তুষ্ট বুলি মত ব্যক্ত কৰে।

‘‘নাগৰিকত্ব(সংশোধন)আইন সম্পৰ্কত তৰ্ক হ’ব লাগে, আলোচনাচক্ৰ হ’ব লাগে। বৌদ্ধিকভাৱে সবল হবলৈ এখন ভাল তৰ্ক বা আলোচনা হ’ব লাগে,’’ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্বৰ মন্তব্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd