• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিকিমত ১৫ জুনৰ পৰা শিক্ষানুষ্ঠান সমূহ পুনৰ খোলাৰ সিদ্ধান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 23, 2020 8:03 am

1 min read

ছিকিমত ১৫ জুনৰ পৰা শিক্ষানুষ্ঠান সমূহ পুনৰ খোলাৰ সিদ্ধান্ত
7.1k
VIEWS
Share on FacebookShare on Twitter

ছিকিম চৰকাৰে জুনৰ ১৫ তাৰিখৰ পৰা ৰাজ্যখনত শিক্ষানুষ্ঠান সমূহ পুনৰ খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ল’কডাউনৰ পূৰ্বৰে পৰা প্ৰায় ৯০ দিন ধৰি বন্ধ হৈ থকাৰ পাছত ছিকিম চৰকাৰে ৰাজ্যখনৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহ সম্পূৰ্ণ সামাজিক দূৰত্ব মানি চলি পুনৰ খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

মুখ্য মন্ত্ৰীৰ উপস্থিতিত ৰাজ্যখনৰ শিক্ষা বিভাগৰ সৈতে হোৱা উচ্চ পৰ্যায়ৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰাজ্যখনত মাৰ্চৰ ১৭ তাৰিখৰ পৰাই সকলো শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ আছে।

বৈঠকৰ অন্তত গেংটকত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি ছিকিমৰ শিক্ষা মন্ত্ৰী কুংগা নিমা লেপচাই ৰাজ্যখনৰ শিক্ষা খণ্ডত ল’কডাউনৰ ফলত হোৱা ক্ষতি পুৰণৰ বাবে শিক্ষা বিভাগে চেষ্টা চলায় আছে বুলি মন্তব্য কৰে।

ল’কডাউনৰ সময়ত ছিকিমৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহে সকলো ধৰণৰ মাধ্যম ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ চেষ্টা কৰিছে বুলিও লগতে কয়।

Recent News

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd