• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভিন্ন প্ৰান্তত সমূহীয়া নামাজেৰে ৰাজ্যত পবিত্ৰ ঈদ-উদ্-জোহা পালন

NE NOW NEWS অনিৰ্বাণ পাঠক/মুকুট দাস
গুৱাহাটী , August 22, 2018 11:52 am

1 min read

Id-Uz-Zuha: Kamrup Metro district administraion permits gathering of five persons for Namaz at all Idgahs and Masjids

ফাইল ছবি। নৰ্থইষ্ট নাও।

183
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন প্ৰান্তত সমূহীয়া নামাজেৰে ৰাজ্যৰ ইচলাম ধৰ্মাৱলম্বী লোকসকলে আজি পবিত্ৰ ঈদ-উদ্-জোহা পালন কৰিছে। সমগ্ৰ বিশ্বৰ লগতে আজি অসমৰো ইচলাম ধৰ্মৰ লোকসকলে ঈদ-উদ-জোহা উপলক্ষে শান্তি-সমৃদ্ধিৰ অৰ্থে আল্লাহৰ দোৱা বিচাৰি প্ৰাৰ্থনা জনায়।

গুৱাহাটী মহানগৰীৰো বিভিন্ন ঠাইৰ ঈদগাহ, মছজিদত অগণন লোকক পুৱাৰ সমূহীয়া নামাজত ভাগ লোৱা দেখা গ’ল।

মহানগৰীৰ মাছখোৱাস্থিত ঐতিহ্যমণ্ডিত ঈদগাহ ময়দানত আজি পুৱা যথেষ্ট সংখ্যক ভক্তৰ ভিৰ পৰিলক্ষিত হয়। শিশুৰ পৰা বৃদ্ধলৈ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে এই স্থানত সমূহীয়া নামাজত অংশ লোৱাৰ উপৰি ইজনে সিজনক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে মংগল কামনা কৰে।

এই ঈদগাহ ময়দানৰ পৰাই উপস্থিতসকলে কেৰালাৰ বান বিভীষিকাত নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিস্থিতি সুস্থিৰ হোৱাৰ বাবে ঈশ্বৰৰ ওচৰত দোৱা কৰে। লগতে সন্ত্ৰাস দূৰ কৰি বিশ্বত শান্তি বিৰাজ কৰাৰ বাবেও কামনা কৰে।

সমান্তৰালভাৱে আমবাৰীৰ বুঢ়া জামে মছজিদতো সহস্ৰাধিক লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। নামাজৰ অন্তত বুঢ়া জামে মছজিদ কমিটীৰ তৰফৰ পৰা ৰাজ্যৰ সকলো ধৰ্মৰ লোককে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰাখি বৃহত্তৰ অসমীয়া জাতিক আগুৱাই নিবৰলৈ আহ্বান জনায়।

লগতে এন আৰ চিৰ প্ৰসংগ উত্থাপন কৰি একাংশ বহিৰাগত অপশক্তিৰ প্ৰৰোচনাত যাতে অসমৰ শান্তি বিঘ্নিত নহয় তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

 

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd