• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মিত্ৰতাৰ নীতি ভংগ কৰি বিজেপিয়ে দল ভাঙিছে’, শ্বাহ-নাড্ডাৰ ওচৰত একনাথ সিন্দেৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2025 5:57 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্থানীয় নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰত শাসকীয় মিত্ৰজোঁটৰ ভিতৰত পুনৰ উত্তেজনা আৰম্ভ হৈছে। মহাৰাষ্ট্ৰৰ বিজেপি নেতাসকলে দল ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেই অমিত শ্বাহ-জেপি নড্ডাৰ ওচৰত অভিযোগ দাখিল কৰিছে। তেওঁ বিজেপিৰ নেতাসকলে মিত্ৰতা অনুসৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে।

মহাৰাষ্ট্ৰত আহি আছে পৌৰসভা নিৰ্বাচন। তাৰ আগেয়ে বিজেপি-শিৱসেনা (সিন্দে সেনা)ৰ মাজত স্থানীয় পর্যায়ত অৰিয়াঅৰি চলি আছে৷ সিন্দে সেনাৰ অভিযোগ যে বিজেপিয়ে কল্যাণ আৰু ডম্বিভলী অঞ্চলত শিৱসেনা ভাঙিবলৈ চেষ্টা চলাইছে।

Apply Now

স্থানীয় নেতাই শিৱ সৈনিকসকলক ভয় বা লোভ দেখুৱাই বিজেপিত যোগদান কৰাইছে। সেই অঞ্চলৰ সাংসদ আকৌ একনাথ সিন্দেৰ পুত্ৰ শ্ৰীকান্ত। কেৱল সেই অঞ্চলেই নহয়, শিৱসেনাৰ প্ৰভাৱশালী নেতাসকলক সকলোতে ভাঙি অনাৰ প্ৰয়াস চলি আছে।

ইতিমধ্যে সিন্দেই এই সন্দৰ্ভত স্থানীয় বিজেপি নেতাসকলৰ ওচৰত অভিযোগ দাখিল কৰিছে। আনকি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছকো অৱগত কৰে। কিন্তু তেওঁও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। তেওঁ মাত্ৰ কয়, ‘সকলো মিত্ৰতাৰ অংশীদাৰ সংযত থাকিব লাগে। অংশীদাৰসকলক ভাঙিব নালাগে।’

কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছে যে বুধবাৰে নিশা মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি ৰবীন্দ্ৰ চৌহানে কেইবাজনো শিৱসেনাৰ নেতাক দলত অন্তৰ্ভুক্ত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। অৱশেষত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ কাষ চাপিবলৈ বাধ্য হয়।

বুধবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহ আৰু বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাৰ সৈতে এক বৈঠকত মিলিত হয় সিন্দে। তেওঁ অভিযোগ কৰে যে বিজেপি নেতাসকলে মিত্ৰতাৰ ধৰ্ম অনুসৰণ কৰা নাই। এনেকৈ মিত্ৰতাত থকাটো টান। যদিও বিনিময়ত তেওঁ বিজেপি নেতৃত্বৰ পৰা কিবা আশ্বাস পাইছে নে নাই সেয়া স্পষ্ট হোৱা নাই।

মন কৰিবলগীয়া যে একনাথ সম্প্ৰতি মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁটৰ মাজত একাষৰীয়া হৈ পৰিছে। তেওঁৰ নেতৃত্বত ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে যুঁজ দিছিল। কিন্তু নিৰ্বাচনত বিজেপিয়ে অভাৱনীয় ফলাফল লাভ কৰাৰ লগে লগে সমীকৰণটো নিশাটোৰ ভিতৰতে সলনি হৈ যায়। সিন্দেৰ ঠাইত দেৱেন্দ্ৰ ফাডনবিছক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। সিন্দে উপ-মুখ্যমন্ত্ৰী হ’ব লগা হয়। এন চি পিৰ নেতা অজিত পাৱাৰো একে পদতে আছে।

শেহতীয়াকৈ দেখা গৈছে যে অজিত পাৱাৰ আৰু দেৱেন্দ্ৰ ফাডনৱিছৰ বন্ধুত্ব বাঢ়িছে। বিজেপি আৰু সিন্দেৰ মাজৰ দূৰত্ব বাঢ়িছে। ইয়াৰ মাজতে দল বিভাজনৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি সিন্দেৰ ভয়ৰ আন এটা কাৰণো আছে। মোডীৰ যুগত মিত্ৰতাৰ অংশীদাৰ বিভাজন কৰি বিজেপিয়ে নিজৰ শক্তি বৃদ্ধি কৰাৰ বহু উদাহৰণ আছে। সেয়া পঞ্জাৱৰ আকালি দল, বিহাৰৰ জেডিইউ, তামিলনাডুৰ এআইএডিএমকে বা মহাৰাষ্ট্ৰৰ অবিভক্ত শিৱসেনাৰ ক্ষেত্ৰতেই হওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd