DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডৰ সংহাৰ: ২২ জানুৱাৰীলৈকে নিৰ্বাচনী ৰেলী নিষিদ্ধ কৰিলে নিৰ্বাচন আয়োগে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 15, 2022 9:04 pm
172
VIEWS
Share on FacebookShare on Twitter

দেশৰ ২৯ খন ৰাজ্যত এতিয়া চলিছে কোভিডৰ সংহাৰ। কোভিডৰ দক্ষিণ আফ্ৰিকাৰ পজাতি অমিক্ৰনৰ সংহাৰেও এতিয়া চিন্তিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰক সমূহক। এনে সময়তে আজি কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কোভিডৰ সংহাৰৰ পৰিপ্ৰেক্ষিততে ২২ জানুৱাৰীলৈকে দেশৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য সমূহত সকলো ধৰণৰ নিৰ্বাচনী ৰেলা নিষিদ্ধ কৰিছে।

আজি নিৰ্বাচন আয়োগে জাৰি কৰা এক নিৰ্দেশনাত সকলো নিৰ্বাচনী ৰেলী আৰু ৰোড শ্ব’ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

নিৰ্বাচন আয়োগে ৰাজনৈতিক দলবোৰক সৰ্বাধিক ৩০০ জন ব্যক্তি বা হলৰ ক্ষমতাৰ ৫০ শতাংশ ক্ষমতাৰ সৈতে সভা অনুষ্ঠিত কৰিবলৈ অনুমতি দিছে। নিৰ্বাচনী সংস্থাটোৱে ৰাজনৈতিক দলসমূহক আদৰ্শ আচৰণ বিধিৰ ব্যৱস্থা আৰু মহামাৰী নিয়ন্ত্ৰণ ব্যৱস্থাসমূহ পালন কৰিবলৈ নিৰ্দেশ দিছে।

৮ জানুৱাৰীত ইচিয়ে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড মণিপুৰ, গোৱা আৰু পঞ্জাৱৰ নিৰ্বাচনী কাৰ্যসূচী ঘোষণা কৰাৰ সময়ত ১৫ জানুৱাৰীলৈকে ৰাজহুৱা ৰেলী, ৰোড শ্ব’ আৰু একেধৰণৰ শাৰীৰিক প্ৰচাৰ অনুষ্ঠান নিষিদ্ধ কৰা হৈছে।

উল্লেখ্য উত্তৰ প্ৰদেশৰ ৪০৩ খন বিধানসভা আসনত, পঞ্জাৱত ১১৭ খন, উত্তৰাখণ্ডত ৭০ খন মণিপুৰত ৬০ খন আৰু গোৱাত ৪০ খন আসনৰ নিৰ্বাচন হ’ব ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’ব।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd