• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ত চকু ৰাখিব নিৰ্বাচন আয়োগে : ব্যয়ৰ সীমা ৭০ লাখ নিৰ্দ্ধাৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2019 10:34 am
ELECTION-3-750x375

ফটো : জনসংযোগৰ সৌজন্যত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন লোকসভা নিৰ্বাচনত প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয়ৰ ওপৰত নিৰ্বাচন আয়োগে সতৰ্ক দৃষ্টি ৰাখিব। সোমবাৰে দিচপুৰত অনুষ্ঠিত এখন সংবাদমেলত অসমৰ মুখ্য নিৰ্বাচন বিষয়া মুকেশ চন্দ্ৰ চাহুৱে জানিবলৈ দিয়ে যে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ তদাৰক কৰাৰ বাবে আয়োগে কেন্দ্ৰীয় সাধাৰণ পৰ্যবেক্ষক, ব্যয় পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষক ৰাজ্যখনলৈ প্ৰেৰণ কৰিব।

সাধাৰণ পৰ্যবেক্ষক মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনাৰে পৰা নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হোৱালৈকে প্ৰতিটো লোকসভা সমষ্টিৰ অঞ্চলত বাহৰ পাতি সামগ্ৰিকভাৱে প্ৰক্ৰিয়াটোৰ তদাৰক কৰিব।

Apply Now

আনহাতে, ব্যয় পৰ্যবেক্ষক সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত মুঠতে তিনিবাৰ আহিব। ইয়াৰ বিপৰীতে আৰক্ষী পৰ্যবেক্ষকে সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰিব।

মুখ্য নিৰ্বাচন বিষয়া চাহুৱে লগতে কয় যে এইবাৰৰ নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৭০ লাখ টকা ব্যয় কৰিব পাৰিব। তদুপৰি, নিৰ্বাচনত ধন জমা আৰু ব্যয়ৰ বাবে প্ৰাৰ্থীয়ে এটাই একাউণ্ট ব্যৱহাৰ কৰিব লাগিব।

ইপিনে,সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত প্ৰাৰ্থী এজনে তিনিবাৰকৈ হিচাপ দেখুৱাব লাগিব আৰু ভোটগণনাৰ অন্তত নিৰ্বাচনী ব্যয়ৰ বিতং হিচাপ দাখিল কৰিব লাগিব।

আনহাতে, আয়োগে প্ৰাৰ্থীৰ ব্যয় সম্পৰ্কত এখন ‘শ্বেড’ ৰেজিষ্টাৰ’ খুলিব আৰু ইয়াত প্ৰাৰ্থী একোজনৰ সভা-সমিতিকে ধৰি প্ৰচাৰ অভিযান আদিৰ আনুমানিক খৰচ লিপিবদ্ধ থাকিব। পৰৱৰ্তী সময়ত প্ৰাৰ্থীয়ে দাখিল কৰা হিচাপৰ সৈতে ‘শ্বেড’ ৰেজিষ্টাৰ’ মিলাই চোৱা হ’ব।

উক্ত হিচাপত গুৰুতৰ বিসংগতি পালে বিষয়টো আয়োগক অৱগত কৰা হ’ব। মুখ্য নিৰ্বাচন বিষয়া চাহুৱে নিৰাপত্তা ব্যৱস্থা সম্পৰ্কত পূৰ্বৰ ১৪’ৰ নিৰ্বাচনৰ দৰেই ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিব দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd