DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমষ্টি পুনৰ নিৰ্ধাৰণ: ১৯ জুলাইত পুনৰ ৰাজ্যলৈ নিৰ্বাচন আয়োগৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2023 9:26 am
Delimitation consultations in Assam

প্ৰতিনিধিত্বমূলক ছবি

198
VIEWS
Share on FacebookShare on Twitter

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল হৈ আছে ৰাজ্য। শাসক-বিৰোধীৰ মাজত চলিছে তীব্ৰ বাক-বিতণ্ডা। ৰাজপথত প্ৰতিবাদমুখৰ হৈ পৰিছে দল-সংগঠন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱৰ বিৰোধিতাৰে ইতিমধ্যে দিল্লীত উপস্থিত হৈও প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধী দলসমূহে।

এই খচৰা প্ৰস্তাৱ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ সমাধান আৰু মতামত সংগ্ৰহৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দলে ১৯ জুলাইৰ পৰা ২১ জুলাইলৈ তিনিদিনৰ বাবে অসম ভ্ৰমণ কৰিব।

তিনিদিনীয়া এই ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যৰ ৰাজনৈতিক দল আৰু দল-সংগঠনসমূহৰ সৈতে আলোচনাত মিলিত হৈ পৰামৰ্শ বা অভিযোগ গ্ৰহণ কৰিব।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব এই বৈঠক। আয়োগৰ প্ৰতিনিধি দলটোৰ সমুখত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল আৰু দল-সংগঠনে নিজৰ মতামত আৰু উদ্বেগ দাঙি ধৰিব।

নিৰ্বাচন আয়োগৰ দলটোৱে লগতে বিধানসভা আৰু সংসদীয় সমষ্টি উভয়তে প্ৰস্তাৱিত সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজনৈতিক দল আৰু দল-সংগঠনসমূহৰ সৈতে জিলাভিত্তিক আলোচনাতো মিলিত হ’ব।

১৯ জুলাইত কোকৰাঝাৰ, চিৰাং, বাকছা, উদালগুৰি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, আৰু ডিমা হাচাও জিলাৰ প্ৰতিনিধিৰ সৈতে দলটোৰ বৈঠক অনুষ্ঠিত হ’ব।

ইয়াৰ পিছদিনা অৰ্থাৎ ২০ জুলাইত ধুবুৰী, গোৱালপাৰা, দক্ষিণ ছালমাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’), নগাঁও, শোণিতপুৰ, মৰিগাঁও, আৰু দৰং জিলাৰ প্ৰতিনিধিৰ সৈতে আলোচনা অনুষ্ঠিত হ’ব।

আনহাতে ২১ জুলাইত দলটোৱে ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট, আৰু মাজুলীৰ দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হ’ব।

উল্লেখ্য যে, সমষ্টিৰ সীমা নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে সমগ্ৰ অসমতে শেহতীয়াকৈ তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। কিন্তু ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত ৰাজ্যত কোনো বিৰোধিতা হোৱা নাই বুলিহে দাবী কৰিছে।

Recent News

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd