• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰ্যটকৰ বাবে কাজিৰঙাত আজিৰে পৰা আৰম্ভ হ’ল হাতী ছাফাৰী

উত্তম শইকীয়া by উত্তম শইকীয়া
November 1, 2020 9:11 am
a kaziranga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত পৰ্যটন বৰ্ষত যোৱা ২১ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ পৰ্যটকৰ বাবে মুকলি
হোৱাৰ পাচত আজি পুৱা ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ বাবে হাতী ছাফাৰীও আৰম্ভ হয় ৷

আজি পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰাৰ মিহিমুখ প্ৰৱেশদ্বাৰত অনুষ্ঠিত গনেশ পুজাৰে হাতী ছাফাৰী আৰম্ভ হয়৷

Apply Now

বিভাগীয় মাউটসকলে কৰা গনেশ পূজাৰেই আজি পুৱা চলিত পৰ্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ
কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷

কভিড ১৯ সংক্ৰমণ প্ৰতিৰোধৰ বিভাগীয় প্ৰট’কল মানি কহঁৰা বনাঞ্চলৰ মিহিমুখত আৰম্ভ কৰা হাতী ছাফাৰী উদ্বোধনী অনুষ্ঠানত নাৰিকল ভাঙে ডি এফ অ’ ৰমেশ গগৈয়ে আৰু ফিটা কাটে ৰাষ্ট্ৰীয় উদ্যান খনৰ সঞ্চালক পি শিৱকুমাৰে ৷

উদ্বোধনৰ পাচতেই বিভাগীয় হাতীৰে পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱা হয় ৷

প্ৰথম দিনৰ হাতী ছাফাৰী কৰা পৰ্যটকৰ বেছি ভাগেই বৰ্হি ৰাজ্যৰ বুলি জানিব পৰা গৈছে ৷ বিভাগীয় সুত্ৰ মতে যোৱা ২১ অক্টোৱৰত ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ হোৱাৰ পাছত ইতিমধ্যেই প্ৰায় ৩০০০ পৰ্যটকে ৰাষ্ট্ৰীয়
উদ্যানখন দৰ্শন কৰিছে ৷

উল্লেখ্য যে ১৯৩৮ চনত প্ৰথম বাৰৰ বাবে বিশ্বৰ পৰ্যটকৰ বাবে কাজিৰঙা মুকলি কৰা হৈছিল ৷ যাৰ  পটভুমিত এইবাৰ ৮২ সংখ্যক পৰ্যটন বৰ্ষ আৰম্ভ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd