• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ পৰা ৩০ মিনিটত ভাৰত; ইলন মাস্কৰ আল্ট্ৰা-ফাষ্ট ট্ৰেভেলত আহিব বৈপ্লৱিক পৰিৱৰ্তন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2024 12:19 pm
ইলন মাস্কৰ অভিলাষী প্ৰকল্পৰ ঘোষণাই লাভ কৰিছে বিশেষ চৰ্চা।

ইলন মাস্কৰ অভিলাষী প্ৰকল্পৰ ঘোষণাই লাভ কৰিছে বিশেষ চৰ্চা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ববিদ্যালয় আৰু প্ৰযুক্তি জগতৰ আগশাৰীৰ উদ্যোগী ইলন মাস্কে শেহতীয়াকৈ তেওঁৰ মন্তব্যৰে তোলপাৰ লগাই দিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প পুনৰ নিৰ্বাচিত হোৱাৰ পিছতে ইলন মাস্কে ঘোষণা কৰে যে তেওঁৰ কোম্পানী স্পেচএক্সৰ অতি অভিলাষী “আৰ্থ টু আৰ্থ” মহাকাশ ভ্ৰমণ প্ৰকল্প অতি সোনকালে কাৰ্যকৰী হ’ব। ইয়াৰ উপৰিও বিশ্বজুৰি মহাকাশ ভ্ৰমণৰ জৰিয়তে এখন দেশৰ পৰা আন এখন দেশত উপনীত হোৱাৰ সময়ত এক বৈপ্লৱিক পৰিৱৰ্তন আহিব।

স্পেচএক্সৰ ষ্টাৰশ্বিপ ৰকেটৰ দ্বাৰা এই যাত্ৰা সম্ভৱ হ’ব পাৰে। এই ৰকেটটোক বিশ্বৰ আটাইতকৈ শক্তিশালী ৰকেট বুলি গণ্য কৰা হয় আৰু প্ৰায় দহ বছৰ আগতে এই প্ৰকল্পটো প্ৰথম প্ৰস্তাৱ কৰা হৈছিল। ই পৃথিৱীৰকক্ষপথ প্ৰদক্ষিণ কৰি থাকিব আৰু ই গভীৰ মহাকাশলৈ যাত্ৰা নকৰাকৈ পৃথিৱীৰ পৃষ্ঠৰ কাষেৰে চলি থাকিব। ইয়াৰ ফলত পূৰ্বৰ যিকোনো ধৰণৰ ভ্ৰমণতকৈ বহু বেছি দ্ৰুত গতিৰে আন্তঃৰাষ্ট্ৰীয় যাত্ৰা সম্ভৱ হ’ব।

ইলন মাস্কৰ মতে, ষ্টাৰশ্বিপ ৰকেটৰ জৰিয়তে ১০০০ যাত্ৰী একেলগে যাত্ৰা কৰিব পাৰিব। দ্য ডেইলী মেইলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই ৰকেটটোৱে লছ এঞ্জেলছৰ পৰা টৰোন্টো ২৪ মিনিটত, লণ্ডনৰ পৰা নিউয়ৰ্ক ২৯ মিনিটত, দিল্লীৰ পৰা ছান ফ্ৰান্সিস্কো ৩০ মিনিটত আৰু নিউয়ৰ্কৰ পৰা চাংহাই ৩৯ মিনিটত উপস্থিত হ’বলৈ সক্ষম হ’ব।

Apply Now

লগতে পঢ়কঃ ধনুষৰ বিৰুদ্ধে খঙত জ্বলি উঠিল নয়নতৰা! মুকলি চিঠিৰে দিলে প্ৰত্যুত্তৰ

এই প্ৰকল্পটোক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা হৈ পৰিছে। এক্স (পূৰ্বৰ টুইটাৰ)ত @ajtourville নামৰ এজন ব্যৱহাৰকাৰীয়ে এই প্ৰকল্পৰ প্ৰচাৰমূলক ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে যদি ফেডাৰেল এভিয়েশন প্ৰশাসনে (এফ এ এ) ট্ৰাম্পৰ দ্বিতীয় প্ৰশাসনৰ অধীনত প্ৰকল্পটোত অনুমোদন দিয়ে তেন্তে ইয়াক কাৰ্যকৰী কৰিব পৰা যাব।

পোষ্টটোত ইলন মাস্কে মন্তব্য কৰে যে এইটো এতিয়া সম্ভৱ। তেওঁৰ এই মন্তব্য ছ’চিয়েল মিডিয়াত বহুলভাৱে শ্বেয়াৰ কৰা হৈছে আৰু তেওঁৰ দৃষ্টিভংগীকলৈ এক আলোচনাৰ সৃষ্টি হৈছে। এয়া কেৱল উন্নত প্ৰযুক্তিৰ উদাহৰণেই নহয়, ইয়াৰ দ্বাৰা পৰিবহণৰ বিষয়ে বিশ্বৰ চিন্তাধাৰাও সলনি হ’ব পাৰে।

যদিহে ষ্টাৰশ্বিপৰ উৰণৰ সময় বহু পৰিমাণে হ্ৰাস কৰি এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ যাত্ৰা কৰাটো সম্ভৱ হয়, তেন্তে বিশ্বৰ মানুহৰ মাজত যোগাযোগৰ নতুন দিগন্ত মুকলি হ’ব। ই দৈনিক আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়, পৰ্যটন, শিক্ষা আৰু অন্যান্য ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন আনিব।

লগতে পঢ়কঃ জানি থোৱা ভাল, মোবাইলত কথা পাতি পাতি খাদ্য খোৱাৰ ফলত যিবোৰ ক্ষতি হ’ব পাৰে

এতিয়ালৈকে ইলন মাস্কে স্ব-চালিত প্ৰযুক্তি, মহাকাশ ভ্ৰমণ আৰু ৰকেট প্ৰযুক্তিৰ ক্ষেত্ৰত নিজৰ অভিনৱ দৃষ্টিভংগীৰে বিশ্বৰ চকু কপালত তুলিছে। যদিও এই প্ৰকল্পৰ ৰূপায়ণৰ সন্দৰ্ভত এতিয়াও কিছু অনিশ্চয়তা আছে, তথাপিও ভৱিষ্যতে বিশ্বৰ জনসাধাৰণৰ বাবে ই এক নতুন যুগৰ আৰম্ভণি হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd