• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই কোম্পানীটোৱে ১ লাখ লোকক লৈ যাব মঙল গ্ৰহলৈ; চাকৰি-যাত্ৰাৰ বাবে দিব ঋণো

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2020 4:16 pm
images
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ উদ্যোগপতি তথা SpaceX কোম্পানীৰ মালিক এলন মস্কে ঘোষণা কৰিছে যে আগন্তুক ৩০ বছৰত তেওঁ ১ লাখ লোকক মঙল গ্ৰহলৈ নিব।

ইয়াৰ বাবে তেওঁ ষ্টাৰশ্বিপ (আকাশীযান) বনাই আছে। মস্কৰ পৰিকল্পনা অনুসৰি আগন্তুক প্ৰতিবছৰে তেওঁ ১০০খন ষ্টাৰশ্বিপ বনাব।

Apply Now

উক্ত ষ্টাৰশ্বিপেৰে তেওঁ ১ লাখ লোকক মঙলৰ যাত্ৰা কৰাব।

ষ্টাৰশ্বিপ ৰকেটক ২০২১ত চন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব। যানখন চন্দ্ৰত অৱতৰণ কৰিব। ইয়াৰ পাছত তাত অন্তৰীক্ষ ভ্ৰমণ কৰিব।

ইয়াৰ প্ৰায় তিনিবছৰ পাছত এলেন মস্কে মঙলৰ বাবে প্ৰস্তুতি চলাব। ইয়াৰ মাজতে মস্কে ষ্টাৰশ্বিপ যানৰ প্ৰথম ছবি সদৰী কৰিছে।

এই যানখনৰ একেলগে ১০০জন লোকক অন্তৰীক্ষলৈ লৈ যাব পৰা ক্ষমতা আছে।

এলন মস্কে জানিব দিয়া মতে তেওঁ চন্দ্ৰত স্থায়ী ক’লনি বনোৱাৰ কথা চিন্তা কৰি আছে। এনধৰণৰ পৰিকল্পনা তেওঁ মঙল গ্ৰহৰ বাবেও কৰিব।

মস্কে জানিবলৈ দিয়ে যে ২০৫০ত প্ৰতিদিনে তিনিখন ষ্টাৰশ্বিপ মুকলি কৰিব। অৰ্থাৎ প্ৰতিদিন ৩০০ যাত্ৰী মঙল গ্ৰহলৈ ৰাওনা হ’ব। প্ৰায় ১,০০০ বিমান মঙল গ্ৰহলৈ যাব আৰু এইদৰে মুঠ ১ লাখ যাত্ৰী মঙল গ্ৰহলৈ যাত্ৰা কৰিব।

অৱশ্যে এলন মস্কে লগতে কয় যে ইয়াৰ পূৰ্বে মঙল গ্ৰহত ইন্ধন ষ্টেশ্যন বনোৱাৰ প্ৰয়োজন হ’ব। যাতে তাত গৈ পোৱাৰ পাছত যদি ইন্ধিন কমি যায় তেতিয়াহ’লে মঙলত ইন্ধন ভৰাই যাত্ৰীসকলক পৃথিৱীলৈ ওভতাই লৈ আনিব পৰা যায়।

মহল গ্ৰহলৈ যাবলৈ কিমান টকাৰ প্ৰয়োজন হ’ব সেয়া এলন মস্কে সদৰী কৰা নাই। কিন্তু তেওঁ অৱশ্যেই কয় যে যদি কাৰোবাৰ হাতত মঙল গ্ৰহলৈ যাবলৈ টকা নাথাকে, তেতিয়াহ’লে তেওঁলোকক ঋণ দিয়া হ’ব যাতে মঙললৈ যোৱাৰ তেওঁৰ হেঁপাহ পূৰণ কৰিব পাৰে।

চাঞ্চল্যকৰভাৱে এলন মস্কে কয় যে কেবল এয়াই নহয়, মঙল গ্ৰহত ইন্ধন ষ্টেশ্যন বনোৱাৰ পাছত তাত লোকক কৰ্মসংস্থাপনো দিব পৰা যাব। মঙল গ্ৰহত চাকৰি কৰাই আনন্দই সুকীয়া হ’ব।

এলন মস্কৰ এনে ঘোষণাই স্বাভাৱিকতে বিশ্ব জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd