DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এলভিছ আলি হাজৰিকাৰ অভিলেখ; ১০ ঘণ্টা ৫৯ মিনিটত সাঁতুৰিলে কেটেলিনা চেনেল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2019 2:04 pm
ec9d5d15-076d-4b4f-badc-462f4f9d69e3
1.9k
VIEWS
Share on FacebookShare on Twitter

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি আন এক অভিলেখ গঢ়িলে অসম সন্তান এলভিছ আলি হাজৰিকাই।

এলভিছে যুক্তৰাষ্ট্ৰৰ পৰা মেক্সিক’ৰ সমুদ্ৰ তীৰলৈকে সাঁতুৰিছে। এই চেনেলৰ দৈৰ্ঘ্য প্ৰায় ২০ মাইল।

ইফালে এই অভিযানৰ সময়ত এলভিছক সংগ দিছিল প্ৰাক্তন আন্তৰ্জাতিক সন্তৰণবিদ ৰিম’ চাহাই। চেনেলৰ দূৰত্ব অতিক্ৰম কৰিবলৈ দুয়োজনে সময় লয় ১০ ঘণ্টা ৫৯ মিনিট।

এই কেটেলিনা চেনেলত অজস্ৰ ডলফিন আৰু চা্ৰ্ক আছে। আৰু ইয়াৰ মাজতে অত্যন্ত সাহসেৰে এই অভিযান সমাপন কৰা কাৰ্যক সকলোৱে অভিনন্দন জনাইছে।

ভাৰতৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৱা বছৰ দুৰ্বৃত্তৰ আক্ৰমণত নিহত হোৱা নীল-অভিৰ নামত উৎসৰ্গিত কৰি কেটেলিনা চেনেল সাঁতোৰা পদক্ষেপে বিশেষ চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে ৩৪ বছৰীয়া এলভিছ আলী হাজৰিকা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ যিয়ে উত্তৰ-পূবৰ পৰা প্ৰথম ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ অভিলেখ গঢ়িছিল।

Recent News

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd