• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

দেশখনত প্ৰথম কৰ’না আক্ৰান্তৰ ঘটনা! উত্তৰ কোৰিয়াত জৰুৰী অৱস্থা ঘোষণা কিম জং উনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 27, 2020 2:48 pm

1 min read

kim jung un

সামৰিক বাহিনীক নিৰ্দেশ কিম জং উনৰ।

132
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কোৰিয়াত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে দেশখনৰ একনায়কত্ববাদী শাসক কিম জং উনে।

তদুপৰি, সীমান্তৱৰ্তী চহৰ ক্যাচঙত লকডাউন ঘোষণা কৰা হৈছে।

দেশখনত প্ৰথমটো কৰ’না আক্ৰান্তৰ আশংকাত কোনোধৰণৰ আপোচ নকৰি দেশখনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বাতৰি অনুসৰি, কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সৰ্বাত্মক জৰুৰী ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে তথা হাই এলাৰ্ট জাৰি কৰাৰ উদ্দেশ্যে কিম জং উনে শনিবাৰে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে।

অৱশ্যে, চহৰখনত এজন ব্যক্তি কৰ’নাত আক্ৰান্ত হোৱা বুলি মাত্ৰ সন্দেহহে কৰা হৈছে। যদি সেয়া নিশ্চিত হয় তেতিয়াহ’লে এইটোৱে হ’ব দেশখনত প্ৰথমটো কৰ’না আক্ৰান্তৰ ঘটনা।

বাতৰিত প্ৰকাশ পোৱা মতে, তিনিবছৰ পূৰ্বে দেশ এৰি যোৱা এজন ব্যক্তি যোৱা ১৯ জুলাইত সীমান্ত অতিক্ৰম কৰি অবৈধভাৱে দেশখনত প্ৰৱেশ কৰিছে।

কৰ্তৃপক্ষই তেওঁকেই কৰ’নাত আক্ৰান্ত বুলি সন্দেহ কৰিছে।

বাতৰি অনুসৰি দেশখনৰ দক্ষিণ সীমান্তৰ ক্যাচং চহৰত সেই ব্যক্তিজনক কঠোৰভাৱে কোৱাৰেন্টাইন কৰি ৰখা হৈছে।

তদুপৰি, তেওঁৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা সকলো লোককে কঠোৰ কোৱাৰেন্টাইনৰ মাজত ৰখা হৈছে।

দেশখনৰ বাবে এয়া এক বিপজ্জনক পৰিস্থিতি বুলি অভিহিত কৰি দেশখনত প্ৰথম ভাইৰাছৰ প্ৰৱেশ ঘটাৰ শংকাত কিম জঙে ক্যাচং চহৰখন সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখাৰ নিৰ্দেশ দিয়াৰ লগতে সমগ্ৰ দেশতে জৰুৰী অৱস্থা ঘোষণা কৰিছে।C

Tags: COVID19

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd